Tuesday, August 25, 2026
📖

পাটমুগী

       আমাৰ ঘৰ ডবকা মৌজাত৷ জাতত আমি কুমাৰ৷ ডাঙৰলৈ টেকেলি, কলহ, চৰু আৰু সৰুলৈ জুনুকা বানমলা সাজি সেইবোৰকে বেচি কৌটিকালৰ পৰা আমি খাই বৈ আছিলোঁ৷ কিন্তু এতিয়া আৰু আমাৰ ব্যৱসায় নচলা হল৷ নানা তৰহৰ বিদেশী

Jun 07, 2021 · Admin · 1469 views
📖

ৰছিত

       কমললোচন বৰুৱা ডাল বা পাবত গজা বৰুৱা নহয়; শিৰফুটা বৰুৱাৰ ঘৰৰ৷ শিৱসাগৰ জিলাত প্ৰথমতে তেওঁ “আদৰ্শ বঙ্গ বিদ্যালয়ত” নাম লগাই এবছৰ বঙলা “বোধোদয়” কিতাপ পঢ়ি, তাৰ পিচত “গৱৰ্ণমেন্ট হাইস্কুলত” সোমালগৈ

Jun 07, 2021 · Admin · 108 views
📖

মাউৰা

আন নহয়, আমাৰ সেই কৰ্ম্মেশ্বৰ কাকতীয়েই আজিৰ এই উপাখ্যানৰ ‘মাউৰা’। কাকতী মহাশয়ক লোকে চিনে নে নিচিনে ক’ব নোৱাৰোঁ, আমি হলে চিনো আৰু সেইদেখিয়েই তেওঁৰ উপাখ্যান লেখিবলৈ গৈছোঁ। কৰ্ম্মেশ্বৰৰ বয়স তিনিকুৰি,

Jun 07, 2021 · Admin · 126 views
📖

বিহু

     চ'তৰ বিহুলৈ সাতদিনমান থাকোঁতেই মোৰ ঘৰৰ লগুৱা ডেকাল'ৰা কেইটা বিহু-বলিয়া হ'ল। দূৰণিৰ পথাৰৰ পৰা অহা ঢোলৰ আৰু টকাৰ কোব সিহঁতৰ কাণত পৰিলেই গাত আৰু গোঁসাই নাথাকে। দিনত মোৰ ভয়ত সিহঁত কোনোমতে কুচিমুচি

Jun 07, 2021 · Admin · 216 views
📖

মাৰ্জ্জাৰী

তেতিয়া মই কলিকতাৰ ইংৰাজ সদাগৰ বাৰ্ড কোম্পানীৰ কামত৷ কোম্পানীৰ কোনো কাৰ্য্যৰ উপলক্ষে মই এবাৰ ৰাইপুৰলৈ গৈছিলোঁ৷ ৰাইপুৰ চেন্ট্ৰেল প্ৰভিন্সৰ ভিতৰৰ এখন চহৰ৷ তাত মোৰ বিশেষৰূপে কোনো চিনাজনা মানুহ নথকাত, ৰেল

Jun 07, 2021 · Admin · 76 views
📖

শ্বন্

মানুহজনৰ নামটো নকওঁ৷ কাৰণ যিটো ঘটনা আজি লিপিবদ্ধ কৰিবলৈ গৈছোঁ, সেইটো তেওঁৰ ঘৰুৱা কথা৷ বেচেৰাই দাঁতত ভাত এটা লাগিলেও লৰি আহি তাৰ কথা মোৰ আগত কৈ যায়হি৷ তেওঁৰ সকলোবোৰ কথা মোক নকলে, তেওঁৰ পেটত ভাত জীণ না

Jun 07, 2021 · Admin · 83 views
📖

মগনিয়াৰ বুঢ়া

ৰেলগাড়ীৰ খোটালিতোত অকলে বহি কি যে ভাবি-চিন্তি আছোঁ, মই নিজেই ক'ব নোৱাৰো। মোৰ মুখত থকা চেলেউটোৰ ধোঁৱাবোৰ ওলাই পাক খাই উৰি যাব লাগিছে। মোৰ মনটোও সেইবোৰেৰে সৈতে লগ লগি পাক খাই ক'লৈ উি গৈছে, জানো। মই মাথ

Jun 07, 2021 · Admin · 122 views
📖

জুৰমন ৰাইদঙীয়া

জুৰমনৰ ঘৰ যোৰহাটৰ কৰিকটীয়া গাঁৱত। তাক তাৰ গাঁৱৰ মানুহে জুৰমন ৰাইদঙীয়া বুলি মাতে। ৰজাৰ দিনত তাৰ বাপেক ৰজাৰ ৰাইদাং ধৰা বাবত আছিল। সেইদেখি যদিও ৰজা গ'ল, ৰজাৰ ৰাজ্য গ'ল, তথাপি বাপেকৰ পুতেক জুৰমনৰ হাতৰপৰ

Jun 07, 2021 · Admin · 126 views
📖

মুক্তি

সুকুমাৰ ডাঙৰ ল'ৰা। তাৰ খাব-পিন্ধিবৰ অভাৱ নাই। স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হ'লে তাৰ মন নাই। তাৰ চৌধ বছৰ বয়স হ'ল; তথাপি সি ইংৰাজী স্কুলৰ চতু্ৰ্থ শ্ৰেণীতে। দেউতাকে "পঢ় পঢ়" কৰে; সুকুমাৰে আ

Jun 07, 2021 · Admin · 569 views
📖

কেহোঁকলি

গল্পটোৰ পাতনিতে কোৱা যাওক, যে এনেকুৱা না্ম আজিকালি চহৰত পাবলৈ নাই। এই জাতৰ নামৰ ঠাইত সুৰেন্দ্ৰ, নৰেন্দ্ৰ, শৈলেন্দ্ৰ, অৰবিন্দই জুৰি বহিল। অচিৰতে এই চামে গাঁৱতো সোমাই মণিৰাম, ধনীৰাম, ভোবোৰা, ভোকন্দিকো য

Jun 07, 2021 · Admin · 120 views