এৰাবাৰী
মানুহে কয় বোলে ভাল আমৰ পুলিও বকৰাণিত পৰি অজাতৰীয়া হয়৷ লোকৰ কথা ক’ব নোৱাৰো কিন্তু মোৰ গাত হ’লে এই আষাৰ কথা ভালকৈ ফলিয়াইছিল৷ মই ভাল মানুহৰ ঘৰৰ ল’ৰা৷ ৰজাৰ দিনৰপৰা আমাৰ ঘৰ মানুহ শিৰফুটা৷ মোৰ উপৰিপুৰুষসকলে
মানুহে কয় বোলে ভাল আমৰ পুলিও বকৰাণিত পৰি অজাতৰীয়া হয়৷ লোকৰ কথা ক’ব নোৱাৰো কিন্তু মোৰ গাত হ’লে এই আষাৰ কথা ভালকৈ ফলিয়াইছিল৷ মই ভাল মানুহৰ ঘৰৰ ল’ৰা৷ ৰজাৰ দিনৰপৰা আমাৰ ঘৰ মানুহ শিৰফুটা৷ মোৰ উপৰিপুৰুষসকলে
সি আজি ভালেমান বছৰৰ আগৰ কথা৷ জাৰ কালি পুৱা৷ পূৱ আকাশত ৰ’দ বিৰিঙাইছে, চৰাই-চিৰিকতিবোৰে কলকলাই চেকচেকাই চাৰিউফালে উৰি বিয়াদান দিছে৷ গঙ্গাৰ সোঁত ধীৰ গম্ভীৰভাৱে এনেকৈ বলিছে যে সোঁত বলিছে বুলি দূৰৰপৰা উমান
“অজাতিৰ সন্তান! আহি মোৰ পুখুৰীটো ছুৱা কৰি গলহি৷ কাইলৈ গোঁসাইৰ মূৰত পানী এচলু দিয়াৰ মূৰ মাৰি থলিহি৷ মোৰ ল’ৰাই-ছোৱালীয়ে ঘৰে-ঘৰোৱাহ মানুহ আজি এটোপা পানীৰ আটকত গধূলিকৈ লঘোণে-ভোকে থাকিব লাগিব৷ এই অজাতিহঁতল
ভ্ৰাম্যামান পৃথিৱীত পৰিভ্ৰমণ লেখকৰ ভাগ্যত বিধিৰ লিখন৷ ফুৰোঁতে ফুৰোঁতে এদিন শিৱসাগৰ জিলাৰ অভয়পুৰ মৌজাত এডোখৰ মুকলি পথাৰৰ মাজত এটা টিলা দেখা পালো৷ টিলাটোৰ ওপৰত গৰখীয়া ল’ৰা গোটাচেৰেক এজাক গৰু চৰাব লাগিছে
গছত উঠি চৰাই বাহৰ পৰা চৰাই-পোৱালি পৰা, আম কঁঠালৰ গছতে উঠি আম কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰাটোও একালত মোৰ উত্সাহৰ কাম আছিল৷ আমাৰ পুখুৰীটোৱে মোৰ মনত জীৱহিংসা প্ৰবৃত্তিৰ উদ্ৰেক কাৰ্যত যে নথৈ
প্ৰথম দৰ্শন (ভৱানীৰ বয়স ২২৷ স্বামী শম্ভূনাথৰ বয়স ৩০৷ জীয়েক চেনেহীৰ বয়স ৩ বছৰ৷ পুৱা ৯ বজা৷ বৰঘৰৰ ভিতৰ৷ ভৱানী শোৱাপাটীত৷ শম্ভূ পাটীৰ কাষত থিয় হৈ৷) শম্ভূ: পিছে তুমি আজি নুঠা নে? ৯ বাজিল৷ মোৰ কছাৰীলৈ যা
প্ৰথম আধ্যা কটীয়া মোমাই চৰকাৰী মোমাই৷ সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে৷ বগৰিগুটি এটাৰ সমান ঘুট্মুট্ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমুৱাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা৷ তেওঁৰ বয়স কিমা
ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিছাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰ পৰা ওলাই আহি উত্তৰ দিলে, “কি হ’লনো? চিঞৰ-বাখৰখন বা লগাইছে কেলৈ? মোক নেদেখি কিবা এৱা চৰিল নে কি? ” গোন্ধাই—