Tuesday, August 25, 2026
চোৰ আৰু কুকুৰ ঈছপৰ সাধু

চোৰ আৰু কুকুৰ

এখন গাঁৱত এটা চোৰ আছিল। চোৰটোৱে অ'ত-ত'ত চোৰ কৰি পেট প্ৰৱর্তায়। দিনৰ পােহৰ আঁতৰি যােৱাৰ লগে-লগেই সি চুৰ কৰিবলৈ সাজু হয়। নিশাৰ অন্ধকাৰ তাৰ প্ৰিয়। এদিনাখন সি চুৰ কৰিবলৈ গাঁওখনৰ এঘৰত প্রৱেশ কৰিলে। ধনী

Jun 06, 2021 · Admin · 512 views
সিংহ আৰু নিগনি-lion and mouse story ঈছপৰ সাধু

সিংহ আৰু নিগনি-lion and mouse story

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ “সিংহ আৰু নিগনি-lion and mouse story” সাধুটো। সেয়েহে, সিংহ আৰু নিগনিৰ মনোৰম সাধুটো জানিবলৈ সাধুটো শেষলৈকে পঢ়ক। ধন্

Jun 06, 2021 · Admin · 10556 views
সিংহৰ ভয় ঈছপৰ সাধু

সিংহৰ ভয়

কোনাে এখন হাবিত এটা প্রকাণ্ড সিংহ আছিল। সিংহটো আছিল বেছ হৃষ্ট-পুষ্ট। তথাপি তাৰ মনত আছিল এটা বৰ দুখ। সি ইমান শকত-আৱত হৈও সামান্য কুকুৰা এটাক ভয় কৰে। সি কথাটো সহজভাবে ল’ব নােৱাৰিলে। সেই কৰণে সি কথাটো

Jun 06, 2021 · Admin · 349 views
কুকুৰাৰ যুঁজ ঈছপৰ সাধু

কুকুৰাৰ যুঁজ

বহুদিন আগৰ কথা। পূবে ধলফাট দিয়াৰ সময়তে এটা কুকুৰা ওলাই আহি সকলােকে ৰাতিপুৱাৰ জাননী দিলে আৰু নিজেও গৈ এটা জাবৰৰ দ’মত পােক, পৰুৱা আদি বিচৰাত ব্যস্ত হৈ পৰিছিল। জাবৰৰ দমটোত ইমানবােৰ পােক-পৰুৱা আছিল যে স

Jun 06, 2021 · Admin · 271 views
মাটিৰ তলৰ ধন ঈছপৰ সাধু

মাটিৰ তলৰ ধন

এখন গাঁৱত এজন বুঢ়াই তেওঁৰ চাৰি পুতেকৰ সৈতে বাস কৰিছিল। বুঢ়াজন আছিল সহজ-সৰল আৰু বৰ পৰিশ্ৰমী। আনহাতে বুঢ়াৰ পুতেক চাৰিজন আছিল বুঢ়াৰ বিপৰীত চৰিত্ৰৰ। সিহঁতে দিনৰ দিনটো অতি বহি ত’ত বহি কটায় আৰু বাপেকৰ

Jun 06, 2021 · Admin · 310 views
কৃপণৰ ধন ঈছপৰ সাধু

কৃপণৰ ধন

এসময়ত এখন গাঁৱত এজন অতি কৃপণ লােক আছিল। কৃপণজনে বহু কষ্ট কৰি ধন-সােণ উপার্জন কৰিছিল। তেওঁ ইমানেই কৃপণ আছিল যে তেওঁ আনক নেলাগে নিজৰ কামতে ধন খৰচ নকৰিছিল। তেওঁ ধন সাচোঁতে সাচোঁতে এটা সময়ত তেওঁৰ ইমান

Jun 06, 2021 · Admin · 237 views
বান্দৰ ৰজা ঈছপৰ সাধু

বান্দৰ ৰজা

বহু বছৰ আগৰ ঘটনা। কোনাে এখন হাবিত ভালেমান জীৱ-জন্তুই বৰ সুখ-শান্তিৰে বাস কৰিছিল। সিহঁতৰ কোনাে ৰজা নাছিল যদিও নিয়ম শৃঙ্খলাৰ অভাৱ নাছিল। সিহঁতে কেতিয়াবা কেতিয়াবা হাবিৰ মাজত বিভিন্ন প্রতিযােগিতা আৰু ন

Jun 06, 2021 · Admin · 300 views
খেতিয়ক আৰু নেউল ঈছপৰ সাধু

খেতিয়ক আৰু নেউল

এখন গাঁৱত এজন কৃষকে তাৰ ঘৈণীয়েক আৰু তাৰ এটি দহমহীয়া কেঁচুৱাৰ সৈতে বাস কৰিছিল। উক্ত খেতিয়কজনে এটা নেউল বৰ মৰমেৰে পােহপাল কৰিছিল। এদিনাখনৰ কথা, খেতিয়কজনক কেঁচুৱাটো ৰখিবলৈ দি তেওঁৰ ঘৈণীয়েক ওলাল কাপা

Jun 06, 2021 · Admin · 199 views
কণা হৰিণ ঈছপৰ সাধু

কণা হৰিণ

এসময়ত এখন সাগৰৰ পাৰত এটা ধুনীয়া নােদোকা হৰিণ আছিল। বেচেৰা হৰিণাটোৰ বাওঁ চকুটো আছিল কণা। কেৱল সি সোঁ চকুটোৰেহে দেখা পায়। সেইকাৰণে সি চৰিব গলে সদায় বাঁও চকুটো সাগৰৰ ফালে ৰাখে আৰু সোঁ চকুটো সাগৰৰ পাৰ

Jun 06, 2021 · Admin · 160 views
শিয়াল আৰু বগলী ঈছপৰ সাধু

শিয়াল আৰু বগলী

এখন হাবিত এটা শিয়াল আৰু এটা বগলী তাৰ চুবুৰীয়া ৰূপত বাস কৰিছিল। শিয়ালটোৱে নিজকে বৰ টেঙৰ বুলি ভাবিছিল। সি তাৰ টেঙৰালি বগলীটোক দেখুৱাবলৈ মনস্থ কৰিছিল। শিয়ালে এদিন সেই উদ্দেশ্যে বগলীক তাৰ ঘৰলৈ নিমন্ত্

Jun 06, 2021 · Admin · 1695 views
পৰুৱা আৰু ফৰিং ঈছপৰ সাধু

পৰুৱা আৰু ফৰিং

অতি শীতল এটি ৰাতিপুৱা। সেই দিনাৰ ৰাতিপুৱাটো আছিল অতি আমনি দায়ক। পৰুৱা এটাই একো কাম বন বিচাৰি নাপাই তাৰ ভঁৰাল ঘৰৰ মুখতে এখন আসন পাৰি লৈ জুপুকা মাৰি বহি আছিল। কিনকিনীয়া বৰষুণ দি আছিল বাবে সি বাহিৰলৈ য

Jun 06, 2021 · Admin · 957 views
মিছলীয়া গৰখীয়া ঈছপৰ সাধু

মিছলীয়া গৰখীয়া

এসময়ত কোনাে এখন গাঁৱত এজন বৰ অঘাইতং ল’ৰাই বাস কৰিছিল। ল’ৰাজনৰ এটাই প্রধান কর্তব্য আৰু সেইটো হৈছে গাঁৱৰ গৰুবােৰ নি পাহাৰৰ নামনিত চৰাব লাগে। সি সুন্দৰকৈ বাঁহী বজাবও জানে। গতিকে দিনটো সি বাঁহী বজাই, হাঁ

Jun 06, 2021 · Admin · 1196 views