Tuesday, August 25, 2026
আঁদ্রে মেৰি এম্পিয়েৰ বিজ্ঞানীৰ জীৱনী

আঁদ্রে মেৰি এম্পিয়েৰ

ওঠৰ শতিকাটো ফৰাচী লােকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ যুগ। বিশ্ব ইতিহাসৰ বহুখিনি পাত জুৰি ৰখা বিখ্যাত “ফৰাচী বিপ্লৱৰ" সূচনা হৈছিল এই শতিকাটোৰেই শেষৰ ফালে। এই বিপ্লৱৰ ঠিক আগৰ ফৰাচী সমাজখন আছিল হুলস্থুলীয়া,

Mar 18, 2022 · Admin