Saturday, April 18, 2026
শিশু শ্রমিকঃ এটা জ্বলন্ত সামাজিক সমস্যা ৰচনা

শিশু শ্রমিকঃ এটা জ্বলন্ত সামাজিক সমস্যা

ফুল কুমলীয়া শিশুসকলে যিটো সময়ত হাঁহি-মাতি, ৰং-ধেমালিৰ মাজেদি মাটিৰ পৃথিৱীক স্বৰ্গৰ নন্দন-কানন সদৃশ আনন্দময় কৰি তােলাটো হ'ব লাগিছিল অনিবার্য, সেই সময়ছােৱাতে একাংশ শিশুৱে জীৱনৰ সােণাময় অমূল্য শিশু

Mar 21, 2022 · Admin