Tuesday, August 25, 2026
📖

মিং চুৰুং জালপং আৰু চেৰ চিং

মিং চুৰুং জালপং আৰু চেৰ চিং দুয়াে প্রথমতে বৰ বন্ধু আছিল। দুয়াে একেলগে কাম-বন, অহা-যােৱা আন কি খােৱা-লােৱাও কৰিছিল। সদায় বন্ধুভাৱ। কাৰো মনত অকণাে মলি নাই। কেৱল মিলা প্রীতি আৰু আনন্দ। দুয়ােৰে মাজত চ

Jun 07, 2021 · Admin · 197 views
📖

তামােলৰ উৎপত্তি (আর্কো‌ং পিৰথে ৱাংৱ)

অতীজতে মিকিৰ জাতিয়ে বিশ্বাস কৰিছিল যে আগেয়ে পৃথিৱীত তামােলৰ গছ নাছিল। মিকিৰ জাতিৰ বিশ্বাস মতে ইয়াৰ বিষয়ে এটি ধুনীয়া সাধুও আছে। পূৰ্বপুৰুষসকলৰ ভাৱধাৰা মতে ই এটা প্রকৃত সঁচা ঘটনা যেন অনুমান হয়। 

Jun 07, 2021 · Admin · 222 views
📖

ফেঁচাৰ সাধু (উখুক মান ফান)

অতি পুৰণি কালৰ কথা। এখন ডাঙৰ হাবিত বহুত চৰাই আৰু জন্তুৱে একেলগে বাস কৰিছিল। এটা ফেঁচাই বান্দৰ এটাৰ সৈতে বন্ধু পাতিছিল। এদিন সেই ফেঁচাটোৱে তাৰ বন্ধু বান্দৰক মৌ বাহ এটাৰপৰা জুই আনিবলৈ পঠালে। বান্দৰটোৱে

Jun 07, 2021 · Admin · 230 views
📖

কপাহৰ জন্ম

বহুদিনৰ আগৰ কথা। তেতিয়াও মানুহৰ সমাজত কাপােৰ ব্যৱহাৰ হােৱা নাছিল। মানুহবােৰে কেতবোৰ গছৰ বাকলি পিন্ধিবলৈহে শিকিছিল আৰু কেতবােৰে উলংগ অৱস্থাতেই আছিল। সেই যুগৰ মানুহবােৰে হাবিৰ ফলমুল সংগ্রহ কৰি নাইবা চি

Jun 07, 2021 · Admin · 242 views
📖

আৰা-কুৰাৰ উৎপত্তি

মিকিৰসকলৰ ঘাই জীৱিকা আজিলৈকে খেতি। মিকিৰসকলে ঘাইকৈ কোনাে এটা পাহাৰৰ টিলা মােকোলাই তাক জুৰি-কাটি কোৰ মাৰি ধান সিঁচি দিয়ে। ধানৰ লগতে মাটিত পােতে আলু-কচু, কোমােৰা, কেৰেলা, আদিও। খােৰাক জোগাবৰ বাবে এই টি

Jun 07, 2021 · Admin · 319 views
📖

ভালুকৰ জন্ম

অতীজতে কাৰ্বিসকলৰ মাজত টুমুং চমাৰ ফৈদৰ এঘৰ মানুহ আছিল। সেই মানুহ ঘৰত এজন অতি হােজা আৰু নম্র মানুহ আছিল। তেওঁ বস্তুৰ ভাল বেয়া বিচাৰ বৰকৈ নকৰিছিল আৰু যেয়ে যি কয়, তাতে মান্তি হৈছিল।  ডেকা হ’লত সেই মা

Jun 07, 2021 · Admin · 171 views
📖

ধানৰ উৎপত্তি

অতি প্রাচীন কালত এটা মাছমৰীয়া আছিল। সেই মাছমৰীয়াটো সদায় বিলত জাল বাবলৈ যায়। এইদৰে বহু দিন বিলে বিলে মাছ মাৰিয়েই সি তাৰ জীৱিকা নির্বাহ কৰিছিল।  এদিনাখন জাল বাই উভতি আহোঁতে একপ্রকাৰ দীঘল সিহ থকা গ

Jun 07, 2021 · Admin · 230 views
📖

কুৰুৱা চৰাইৰ জন্ম

ই বহুদিনৰ আগৰ কথা। মিকিৰসকলে পৃথিৱীত ভগৱানৰ (হেম্আৰ) প্রথম সৃষ্টি হিচাপে মানুহ হৈ থাকিবলৈ লােৱাৰ সময়তে মিকিৰ সমাজত এহাল বুঢ়া-বুঢ়ীয়ে বাস কৰিছিল। তেওঁ লােকৰ লৰা-লুৰি কোনাে নাছিল। বুঢ়া-বুঢ়ীৰ আকালাে

Jun 07, 2021 · Admin · 169 views
📖

ঢেঁকী দিয়া চৰাইৰ জন্ম

অতীজতে মিকিৰ সমাজত এহাল মানুহৰ দুজনী জীয়েক আছিল। তাৰ বাহিৰে সেই মানুহ হালৰ সংসাৰত আপােন বুলিবলৈ কেও কিছু নাছিল। সেয়ে মানুহ হালে জীয়েক দুজনীক বৰ মৰম কৰিছিল। যথা সময়ত বৰজনীৰ এঘৰ ধনী মানুহৰ ঘৰত বিয়া

Jun 07, 2021 · Admin · 116 views
📖

যমডাকিনী চৰাইৰ জন্ম

বহু দিন পূর্বে এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল। তেওঁলােকে বৰ সুখেৰে জীৱন যাপন কৰিছিল। পাহাৰৰ হাবি বন পৰিষ্কাৰ কৰি বুঢ়া-বুঢ়ীয়ে যুটীয়া ভাৱে আৰু গাঁৱৰ অন্য মানুহৰ সহায়ত আৰা কাটি জুম ধানৰ খেতি কৰি পে

Jun 07, 2021 · Admin · 249 views
📖

বিজুলী আৰু ঢেৰেকনিৰ জন্ম

বহুদিনৰ আগৰ কথা। তেতিয়া মিকিৰৰ বাহিৰে অন্যান্য জাতিয়ে জন্ম গ্রহণ কৰা নাছিল। মিকিৰসকলৰ বিশ্বাস মতে তেওঁলােক ভগৱান অর্থাৎ হেম্আৰনামৰ প্রথম সৃষ্টি।  মিকিৰসকলে নীতি-নিয়মেৰে ভালকৈ সমাজ পাতি বাস কৰিছিল।

Jun 07, 2021 · Admin · 350 views
📖

উৱতি-ফাংচ আৰু কাম-ফাংচৰ উৎপত্তি

অতীজতে মিকিৰ বা কাৰ্বিবিলাকে ডাঙৰ ডাঙৰ গুহাত বাস কৰিছিল। ভৈয়ামৰ অসমীয়া লােকৰ মাজত যেনেকৈ খেল আৰু ফৈদ আছে সেই মিকিৰসকলৰ মাজতাে চমাৰ (ফৈদ) আছে। সেই চমাৰবােৰৰ ভিতৰত ফাংচ চমাৰো এটা। ইয়াৰ দুটা ভাগ আছে।

Jun 07, 2021 · Admin · 104 views