Wednesday, April 15, 2026
📖

এটা বুঢ়া আৰু পাঁচ পুতেক

এটা বুঢ়া আৰু তাৰ পাঁচোটা পুতেক আছিল৷ বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল; মাত্ৰ নুমলীয়াটো হে বাকী আছিল৷ এদিন কেণ্‌কেনীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, “বোপাহঁত ঔ, আজি কি কৰিবৰ দিন?

Jun 07, 2021 · Admin · 104 views
📖

শাঁখিনা আৰু শাঁখিনী

এসময়ত এখন গাঁৱত এটা শাঁখিনা আৰু আন এখন গাঁৱত এজনী শাঁখিনী আছিল৷ সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ-বাদল একো নহৈছিল, আৰু গঞা মানুহৰ নানা তৰহৰ অপায়-অমঙ্গল হৈছিল৷ পাছে এদিন শাঁখিনাক গঞা

Jun 07, 2021 · Admin · 54 views
📖

এক সন্যাসীৰ কথা

এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক৷ এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা-শুশ্ৰুষা কৰি যত্ন কৰি ৰাখিলে৷ সন্ন্যাসীও তেওঁৰ ধৰ্ম্মভাব আৰু স

Jun 07, 2021 · Admin · 74 views
📖

ভূত আৰু বাঢ়ণী

এক বামুণ আছিল৷ সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰবৰ্ত্তাইছিল আৰু প্ৰায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল৷ তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু তিৰোতা আছিল৷

Jun 07, 2021 · Admin · 78 views
📖

বামুণৰ ভাগ্য

এক বামুণ আছিল৷ তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল’ৰা-ছোৱালী৷ বামুণৰ বৰ দুৰৱস্থা, ধন-সম্পত্তি বা ধান-চাউল একো নাই৷ তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়; কিন্তু তাৰে নো এঘৰোৱাহ মা

Jun 07, 2021 · Admin · 100 views
📖

অবুজ ৰজাৰ বিবুজ মন্ত্ৰী

এক ৰজা আছিল৷ এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এতাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথা কেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে,-“অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন?” এওঁ ৰজা তো চিঠি পঢ়ি অবাক৷ এওঁ ভ

Jun 07, 2021 · Admin · 74 views
📖

বামুণ আৰু বামুণী

একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল৷ বামুণে ধন-বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে৷ এদিন বামুণীয়ে বামুণক ক’লে, “আমাৰ ৰজাৰ ঘৰলৈকে যোৱাঁচোন; দেশৰ অতবোৰ বা

Jun 07, 2021 · Admin · 176 views
📖

বত্ৰিশ লক্ষণীয়া দৰা-কন্যা

এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া ল’ৰা হৈছিল৷ ল’ৰাটি ক্ৰমে ডাঙৰ দীঘল হৈ ডেকা হ’লত, ৰজাই ল’ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ ল’ৰাই ক’লে যে তেওঁ তেওঁৰ নিচিনা বত্ৰিশ লক্ষণেৰে এজনী ছোৱালীৰ নেপালে ব

Jun 07, 2021 · Admin · 54 views
📖

কণ আৰু মন

কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই-ককাই আছিল৷ কণ বয়সত ডাঙৰ আৰু টেঙৰ৷ মন বয়সত সৰু আৰু নিচেই হোজা আছিল৷ এদিন কণে মনক ক’লে, “বোপা, আমাৰ যে বাপতিকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয

Jun 07, 2021 · Admin · 345 views
📖

দেৱাঙ্গভূষণ বস্ত্ৰ

এজন ৰজা আছিল৷এদিন তেওঁ পাত্ৰ-মন্ত্ৰী আৰু সভাসদসকলক ক’লে যে, “সকলো মানুহে দিনত বন কৰে আৰু ৰাতি হ’লে শুই থাকে;আমিওচোন দিনকে ৰাতি,ৰাতিকে দিন কৰি লওঁহঁক-আমি ৰাতি হ’লে দিন বুলি কাম-বন কৰিম,দিনত ৰাতি বুলি শ

Jun 07, 2021 · Admin · 57 views
📖

তিনিজন ডেকা পণ্ডিত

উজনি ফালৰ তিনিজন ডেকাই নবদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল৷ বাটে বাটে আহি থাকোতে তেওঁলোকে এদিন মহৰ খোজ এটা দেখা পালে৷ এজনে ক’লে “এইটো এজনী মাইকী মহৰ খোজ;” আন এজনে ক’লে “মহজনী গাভিনী;” তৃতীয়জনে ম

Jun 07, 2021 · Admin · 59 views
📖

ৰাক্ষস পণ্ডিত

সত্যকালত এক ৰাক্ষস আছিল৷ সি মানুহৰ বেশ ধৰি “পণ্ডিত” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি৷ ৰাক্ষস পণ্ডিতে তাত সকলোৰে ল’ৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ ল’ৰা হে নপঢ়ায়৷ সেই নগৰতে আকৌ এজনী বাঁৰীৰ এটি ল’ৰা

Jun 07, 2021 · Admin · 93 views