Wednesday, April 15, 2026
📖

দুই ৰাজপুত্ৰ

এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল৷ বৰজনীৰ দুটা ল’ৰা৷ সৰুজনীৰ ল’ৰা-ছোৱালী একো নাছিল৷ ল’ৰা দুটা ওপজাৰ কিছু দিনৰ পিছতে বৰ কুঁৱৰী মৰিলত সিহঁতক ডাঙৰ-দীঘল কৰাৰ ভাৰ সৰু কুঁৱৰীৰ গাত পৰিল৷ সৰু কুঁৱৰীয়ে ল’ৰা দুটাক ত

Jun 07, 2021 · Admin · 249 views
📖

বেটুকোঁৱৰ

এজন ৰজা আছিল৷ তেওঁৰ সাতজনী কুঁৱৰী৷ কাৰো ল’ৰা-ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ৷ ৰজাই অনেক পূজা-পাটল অনেক দান-দক্ষিণা কৰিলে,তথাপি তেওঁৰ ল’ৰা-ছোৱালী একোকে নহ’ল৷ এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন

Jun 07, 2021 · Admin · 161 views
📖

ছয় সখিয়েক, এক ৰাক্ষসী

এখন নগৰত পাঁচোটা ডেকা-লৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দন্দ কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল৷ সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল’ৰা এটাও ওলাল৷ এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম-চেনেহ নেপাইছিল দেখি ত

Jun 07, 2021 · Admin · 154 views
📖

সোণ-বৰিষ ৰজা

এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল৷ ক্ৰমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে,মাথোন বাকী ৰ’ল নুমলীয়াটো৷ অনেক চাই-চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেহত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ তাইক বিয়া

Jun 07, 2021 · Admin · 88 views
📖

ৰজাৰ ল'ৰা আৰু শিয়াল

এক ৰজাৰ ল’ৰাই দেশ চাবৰ মনেৰে এটা ঘোৰাত উঠি ঘৰৰপৰা বাজ হ’ল৷ তেওঁ সেইদৰে দুই তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ’ল৷ সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি ব

Jun 07, 2021 · Admin · 139 views
📖

শিয়াল পগলা

একালত বিক্ৰমাদিত্য নামে এজন ৰজা আছিল৷ তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল৷ বিক্ৰমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল৷ সেইদেখি বিক্ৰমাদিত্যৰ মৰণৰ সময় হ’লত তেওঁক গঙ্গাতীৰলৈ অনা হ’ল৷ কিন্তু গঙ্

Jun 07, 2021 · Admin · 96 views
📖

পেট-ভাতুৰ কথা

কোনো এক দেশত এজন ৰজা আছিল৷ ৰজাজনৰ এটি ল’ৰা আছিল;আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি ল’ৰা আছিল৷ সৰুকালৰেপৰা ৰজাৰ ল’ৰাৰ লগত মন্ত্ৰীৰ লৰাৰ বৰ মিল আছিল;আৰু দুয়োজনে সখি বন্ধাইছিল৷ তেওঁলোকৰ মাজত এনে বন্ধুভাৱ হৈছিল য

Jun 07, 2021 · Admin · 133 views
📖

নোমল আৰু সোণপাহী

এখন গাঁৱত এহাল মতা-মাইকী আছিল৷ মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী৷ সিহঁতহাল বৰ মিলা-প্ৰীতিৰে বৰ-বাৰী কৰি আছিল৷ ঘৈণীয়েকে পুৱাই উঠি ঘৰ-চোতাল সাৰি-মছি বৰ পৰিষ্কাৰকৈ ৰাখি ৰন্ধা-বঢ়া কামত লাগে;ইপিনে

Jun 07, 2021 · Admin · 109 views
📖

নিমাতী কন্যা

এক ৰজা আছিল৷ ৰজাৰ ল’ৰা-ছোৱালী একোৱেই নাই৷ এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্ন্যাসীক লগ পালে৷ ৰজাই সন্ন্যাসীৰ আগত তেওঁৰ ল’ৰা-ছোৱালী নোহোৱাৰ বিষয় ভাঙি ক’লত সন্ন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক’লে, “এ

Jun 07, 2021 · Admin · 118 views
📖

কথাবাহী বুঢ়া

এহাল বুঢ়া-বুঢ়ী আছিল,সিহঁতৰ মাথোন একেটি ল’ৰা৷ বুঢ়া-বুঢ়ীৰ ভাতে-ভঁৰালে,গৰুৱে-গায়ে সম্পূৰ্ণ আছিল আৰু দুয়ো অতি যত্নৰে ল’ৰাটি তুলিতালি ডাঙৰ কৰি মহাসুখে ঘৰবাৰী চলাইছিল৷ সিঁহতৰ গাঁৱৰ কোনো মানুহেৰে দন্দ-

Jun 07, 2021 · Admin · 87 views
📖

কণা আৰু কুঁজা

এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল৷ দুইৰো বৰ মিল আছিল৷ এদিন কণাই কুঁজাক ক’লে, “বান্ধ,আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব’লা;ঘৰত বহি থাকি থাকি মিছাতে কাল কটাই হে আছোঁহঁক৷ ” এই কথা শুনি কুঁজাই ক’লে, “

Jun 07, 2021 · Admin · 80 views
📖

ৰাজমন্ত্ৰী আৰু নাপিত

সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা কব পাৰিছিল, আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল৷ সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ-চ’ৰাত বহি থাকোঁতে দেখিলে যে বৰ-চ’ৰাৰ আগ-চোতালতে এটা বগা আৰু এটা ক’লা কাউৰীয়ে কে

Jun 07, 2021 · Admin · 100 views