Tuesday, March 17, 2026
About Us

About us

অসমীয়া সাহিত্যৰ ডিজিটেল মঞ্চ

আমাৰ কথা
"

সাহিত্য চৰ্চা আমাৰ এক অভিনৱ নতুন প্ৰয়াস।

ৰসাল সাহিত্য, উপন্যাস, ৰস-ৰচনা, সাধু, নাটক আদিৰে সমৃদ্ধ সাহিত্যৰ এটি উৎকৃষ্ট সমাহাৰ আমাৰ এই ৱেবচাইট "Stories World". আমাৰ এই ৱেবচাইটিত আপোনালোকে সাহিত্য জগতৰ কিছু আমোদজনক, প্ৰেৰণাত্মক, ৰসাল সাহিত্য, উপন্যাস, শিশুসকলৰ মনোগ্ৰাহী সাধু, নাটক আদিৰ উৎকৃষ্ট সমাহাৰ পঢ়িবলৈ পাব। আশাকৰো পঢ়ুৱৈসকল নিশ্চয়কৈ উপকৃত হব। মাত্ৰ পঢ়াই নহয়, নিজৰ লেখা সমূহ প্ৰকাশৰ অৰ্থে আমাৰ সৈতে যোগাযোগ কৰিবও পাৰিব।

আপোনালোকৰ সহায়, সহযোগিতা আৰু সুপৰামৰ্শ সদাকাম্য৷ ধন্যবাদ।

আমি কি আগবঢ়াওঁ

সাহিত্যৰ বিভিন্ন ধাৰা একেটি মঞ্চত

সাধু / গল্প

শৈশৱৰ সোণালী স্মৃতি জগাই তোলা সাধুকথা আৰু মনোগ্ৰাহী গল্প।

উপন্যাস

দীঘলীয়া কাহিনীৰে সজ্জিত উপন্যাস যি আপোনাক নতুন জগতলৈ লৈ যাব।

কবিতা

কল্পনাৰ ৰঙেৰে সজোৱা কবিতা যি মনক দোলা দিব।

প্ৰবন্ধ / ৰচনা

জ্ঞানৰ স্বাদ দিয়া প্ৰবন্ধ আৰু ৰচনা সমূহ।

596+
Published Stories
51
Categories
265,048+
Total Reads
1+
Readers

আমাৰ দৃষ্টিভংগী

অসমীয়া সাহিত্যক ডিজিটেল মাধ্যমত উপলব্ধ কৰাই সকলোৰে ওচৰ চপাই অনা। প্ৰতিজন অসমীয়াই যাতে নিজৰ ভাষাৰ সাহিত্যৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে — সেয়াই আমাৰ লক্ষ্য।

আমাৰ মিছন

নতুন প্ৰজন্মক অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰা আৰু লেখক-পাঠকৰ মাজত এটা সেতু নিৰ্মাণ কৰা। আমি বিশ্বাস কৰোঁ যে সাহিত্যই সমাজক সমৃদ্ধ কৰে।

আজিয়েই পঢ়া আৰম্ভ কৰক

StoriesWorld.in ত উপলব্ধ শ শ গল্প, কবিতা, উপন্যাস পঢ়ক।