Tuesday, August 25, 2026
📖
জোনবিৰি

মৈদাম

ভ্ৰাম্যামান পৃথিৱীত পৰিভ্ৰমণ লেখকৰ ভাগ্যত বিধিৰ লিখন৷ ফুৰোঁতে ফুৰোঁতে এদিন শিৱসাগৰ জিলাৰ অভয়পুৰ মৌজাত এডোখৰ মুকলি পথাৰৰ মাজত এটা টিলা দেখা পালো৷ টিলাটোৰ ওপৰত গৰখীয়া ল’ৰা গোটাচেৰেক এজাক গৰু চৰাব লাগিছে

Jun 08, 2021 · Admin · 64 views
📖
জোনবিৰি

ধৰ্ম্মধব্জা ফয়চলা-নবিচ

“অজাতিৰ সন্তান! আহি মোৰ পুখুৰীটো ছুৱা কৰি গলহি৷ কাইলৈ গোঁসাইৰ মূৰত পানী এচলু দিয়াৰ মূৰ মাৰি থলিহি৷ মোৰ ল’ৰাই-ছোৱালীয়ে ঘৰে-ঘৰোৱাহ মানুহ আজি এটোপা পানীৰ আটকত গধূলিকৈ লঘোণে-ভোকে থাকিব লাগিব৷ এই অজাতিহঁতল

Jun 08, 2021 · Admin · 104 views
📖
জোনবিৰি

কাশীবাসী

সি আজি ভালেমান বছৰৰ আগৰ কথা৷ জাৰ কালি পুৱা৷ পূৱ আকাশত ৰ’দ বিৰিঙাইছে, চৰাই-চিৰিকতিবোৰে কলকলাই চেকচেকাই চাৰিউফালে উৰি বিয়াদান দিছে৷ গঙ্গাৰ সোঁত ধীৰ গম্ভীৰভাৱে এনেকৈ বলিছে যে সোঁত বলিছে বুলি দূৰৰপৰা উমান

Jun 08, 2021 · Admin · 951 views
📖
জোনবিৰি

এৰাবাৰী

মানুহে কয় বোলে ভাল আমৰ পুলিও বকৰাণিত পৰি অজাতৰীয়া হয়৷ লোকৰ কথা ক’ব নোৱাৰো কিন্তু মোৰ গাত হ’লে এই আষাৰ কথা ভালকৈ ফলিয়াইছিল৷ মই ভাল মানুহৰ ঘৰৰ ল’ৰা৷ ৰজাৰ দিনৰপৰা আমাৰ ঘৰ মানুহ শিৰফুটা৷ মোৰ উপৰিপুৰুষসকলে

Jun 08, 2021 · Admin · 156 views
📖
জোনবিৰি

ভোকেন্দ্ৰ বৰুৱা

ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিছাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰ পৰা ওলাই আহি উত্তৰ দিলে, “কি হ’লনো? চিঞৰ-বাখৰখন বা লগাইছে কেলৈ? মোক নেদেখি কিবা এৱা চৰিল নে কি? ” গোন্ধাই—

Jun 08, 2021 · Admin · 329 views
📖
জোনবিৰি

যেনে চোৰ তেনে টাঙোন

প্ৰথম আধ্যা কটীয়া মোমাই চৰকাৰী মোমাই৷ সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে৷ বগৰিগুটি এটাৰ সমান ঘুট্‌মুট্‌ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমুৱাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা৷ তেওঁৰ বয়স কিমা

Jun 08, 2021 · Admin · 90 views
📖
জোনবিৰি

আমাৰ সংসাৰ

প্ৰথম দৰ্শন (ভৱানীৰ বয়স ২২৷ স্বামী শম্ভূনাথৰ বয়স ৩০৷ জীয়েক চেনেহীৰ বয়স ৩ বছৰ৷ পুৱা ৯ বজা৷ বৰঘৰৰ ভিতৰ৷ ভৱানী শোৱাপাটীত৷ শম্ভূ পাটীৰ কাষত থিয় হৈ৷) শম্ভূ: পিছে তুমি আজি নুঠা নে? ৯ বাজিল৷ মোৰ কছাৰীলৈ যা

Jun 08, 2021 · Admin · 87 views
📖
Uncategorized

মোল্লা নাছিৰুদ্দিন আৰু পৰ্যটকৰ কাহিনী

এবাৰ মোল্লা নাছিৰুদ্দিন মক্কা আৰু মদিনালৈ তীৰ্থযাত্ৰাৰ বাবে গ'ল। যেতিয়া তেওঁ মক্কা গৈ পালে তাত তেওঁ এজন পৰ্যটকক অতি চিন্তান্বিত মনেৰে মছজিদৰ বাহিৰত ঘূৰি ফুৰা দেখিলে। প্ৰায় একে সময়তে পৰ্যটকজনেও মোল্লা

Jun 08, 2021 · Admin · 87 views
📖
Uncategorized

সুগন্ধিৰ মূল্য

বহু বছৰ আগৰ কথা। নন্দা নামৰ এখন নগৰীত এদিনাখন এজন ভিক্ষাৰীৰ খুব ভোক লগাত তেওঁ খোৱাৰ বাবে খাদ্য অলপ বিচৰাত এজন মানুহে তেওঁক কেইখনমান ৰুটি দিলে। তেতিয়া ভিক্ষাৰীজনে ৰুটিৰ লগত খোৱাৰ উপযোগী তৰকাৰীৰ সন্ধানত

Jun 08, 2021 · Admin · 80 views
📖
Uncategorized

মোল্লা নছিৰুদ্দিনৰ পৰিচয়

কাহিনীৰ চৰিত্ৰবোৰে সদায় শিশুসকলক ৰোমাঞ্চিত আৰু আকৰ্ষিত কৰি আহিছে। আনহাতে, যদি কাহিনীৰ চৰিত্ৰবোৰ বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কিত হয়, তেতিয়া শিশুসকলৰ মন আৰু মগজুত এক বিশেষ প্ৰভাৱ পেলায়। তেনে এটা চৰিত্ৰ হ

Jun 08, 2021 · Admin · 61 views
📖
সুৰভি

মাধৈমালতী

কাৰণো মনত খেলাব যে, আমাৰ পকাড়ীয়া ঋষিৰ নিচিনা গহীন গম্ভীৰ মুনচুপ নীলাম্বৰ শৰ্মা ডাঙৰীয়া চেঙেলীয়া বয়সত, পচোৱা বতাহৰ আগে আগে উৰি ফুৰা ওভতগোৰে নচা আছিল? তেওঁৰ আজিকালি প্ৰশান্ত নিবাত নিষ্কম্প তৰুন নিচিনা ম

Jun 08, 2021 · Admin · 212 views
📖
সুৰভি

বাপিৰাম

তাহানি “বৰতি চাহাবৰ“ দিনত জোঁকতলী মৌজাত সিধাই খাটনিয়াৰ বুলি এজন মানুহ আছিল৷ সেই কালত সিধাই খাটনিয়াৰক নজনা মানুহ ৰংপুৰ চহৰত নাছিল৷ দোল, দুৰ্গোৎসৱ, হৰিসেৱা আদি ধৰম-কৰমেৰে খাটনিয়াৰৰ ঘৰ উজনিত উজ্জ্বল আছিল

Jun 08, 2021 · Admin · 1196 views