পৰিমিত-ব্যয়
পৰিমিত-ব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি৷ বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিতব্যয় বা বিবেকব্যয়(economy)৷ বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভা
Explore our collection of Assamese stories, essays, and literary works
পৰিমিত-ব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি৷ বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিতব্যয় বা বিবেকব্যয়(economy)৷ বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভা
পৰ্যবেক্ষণ (observation) চৰিত্ৰ-মন্দিৰৰ গাঁথনিৰ গুৰিডোখৰৰ ইটা৷ তোমাৰ চাৰিওফালে দিনৌ কি ঘটিছে, তাৰ গঢ়-গতি কেনে, স্বভাৱ কি, ফল কি, ইত্যাদি তন্ন-তন্নকৈ চাই জুকিয়াই যাবা৷ ওপৰে ওপৰে চেলেং-পেতেংকৈ চালে নহয়৷
প্ৰতিৰোধ-শক্তি যেনেকৈ বাহিৰৰ আততায়ীৰ পৰা চৰিত্ৰ-মন্দিৰ ৰক্ষাৰ নিমিত্তে আৱশ্যকীয়, ভিতৰৰ মন্দিৰত সেইদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি তাক সজীৱ-সবল কৰি ৰাখিবলৈ constructiveness নিৰ্মাণ বা গঠন-শক্তি আৱশ্যক৷ বাহিৰৰ
প্ৰতিৰোধ-শক্তি (Resistance) চৰিত্ৰ-মন্দিৰৰ ভেটি হ’ব লাগে৷ জীৱন এটা ধাৰাবাহিক প্ৰতিৰোধৰ ফল৷ নৰিয়াৰ প্ৰতিৰোধ, নৈসৰ্গিক আক্ৰমণৰ প্ৰতিৰোধ, হিংসাকুৰীয়া জন্তুৰ আক্ৰমণৰ প্ৰতিৰোধ, কুসঙ্গজনিত কুভাবৰ প্ৰতিৰোধ,
আমাৰ ঘৰ ডবকা মৌজাত৷ জাতত আমি কুমাৰ৷ ডাঙৰলৈ টেকেলি, কলহ, চৰু আৰু সৰুলৈ জুনুকা বানমলা সাজি সেইবোৰকে বেচি কৌটিকালৰ পৰা আমি খাই বৈ আছিলোঁ৷ কিন্তু এতিয়া আৰু আমাৰ ব্যৱসায় নচলা হল৷ নানা তৰহৰ বিদেশী
কমললোচন বৰুৱা ডাল বা পাবত গজা বৰুৱা নহয়; শিৰফুটা বৰুৱাৰ ঘৰৰ৷ শিৱসাগৰ জিলাত প্ৰথমতে তেওঁ “আদৰ্শ বঙ্গ বিদ্যালয়ত” নাম লগাই এবছৰ বঙলা “বোধোদয়” কিতাপ পঢ়ি, তাৰ পিচত “গৱৰ্ণমেন্ট হাইস্কুলত” সোমালগৈ
আন নহয়, আমাৰ সেই কৰ্ম্মেশ্বৰ কাকতীয়েই আজিৰ এই উপাখ্যানৰ ‘মাউৰা’। কাকতী মহাশয়ক লোকে চিনে নে নিচিনে ক’ব নোৱাৰোঁ, আমি হলে চিনো আৰু সেইদেখিয়েই তেওঁৰ উপাখ্যান লেখিবলৈ গৈছোঁ। কৰ্ম্মেশ্বৰৰ বয়স তিনিকুৰি,
চ'তৰ বিহুলৈ সাতদিনমান থাকোঁতেই মোৰ ঘৰৰ লগুৱা ডেকাল'ৰা কেইটা বিহু-বলিয়া হ'ল। দূৰণিৰ পথাৰৰ পৰা অহা ঢোলৰ আৰু টকাৰ কোব সিহঁতৰ কাণত পৰিলেই গাত আৰু গোঁসাই নাথাকে। দিনত মোৰ ভয়ত সিহঁত কোনোমতে কুচিমুচি
তেতিয়া মই কলিকতাৰ ইংৰাজ সদাগৰ বাৰ্ড কোম্পানীৰ কামত৷ কোম্পানীৰ কোনো কাৰ্য্যৰ উপলক্ষে মই এবাৰ ৰাইপুৰলৈ গৈছিলোঁ৷ ৰাইপুৰ চেন্ট্ৰেল প্ৰভিন্সৰ ভিতৰৰ এখন চহৰ৷ তাত মোৰ বিশেষৰূপে কোনো চিনাজনা মানুহ নথকাত, ৰেল
মানুহজনৰ নামটো নকওঁ৷ কাৰণ যিটো ঘটনা আজি লিপিবদ্ধ কৰিবলৈ গৈছোঁ, সেইটো তেওঁৰ ঘৰুৱা কথা৷ বেচেৰাই দাঁতত ভাত এটা লাগিলেও লৰি আহি তাৰ কথা মোৰ আগত কৈ যায়হি৷ তেওঁৰ সকলোবোৰ কথা মোক নকলে, তেওঁৰ পেটত ভাত জীণ না
ৰেলগাড়ীৰ খোটালিতোত অকলে বহি কি যে ভাবি-চিন্তি আছোঁ, মই নিজেই ক'ব নোৱাৰো। মোৰ মুখত থকা চেলেউটোৰ ধোঁৱাবোৰ ওলাই পাক খাই উৰি যাব লাগিছে। মোৰ মনটোও সেইবোৰেৰে সৈতে লগ লগি পাক খাই ক'লৈ উি গৈছে, জানো। মই মাথ
জুৰমনৰ ঘৰ যোৰহাটৰ কৰিকটীয়া গাঁৱত। তাক তাৰ গাঁৱৰ মানুহে জুৰমন ৰাইদঙীয়া বুলি মাতে। ৰজাৰ দিনত তাৰ বাপেক ৰজাৰ ৰাইদাং ধৰা বাবত আছিল। সেইদেখি যদিও ৰজা গ'ল, ৰজাৰ ৰাজ্য গ'ল, তথাপি বাপেকৰ পুতেক জুৰমনৰ হাতৰপৰ