জ্ঞানী পণ্ডিত
এবাৰ নিজকে অতি গুণী-জ্ঞানী বুলি ভাবি গৌৰৱ কৰা এজন পণ্ডিতে আকবৰৰ দৰবাৰত উপস্থিত হৈ ক'লে– “জাহাপনা, মই বিভিন্ন ৰাজ্যত বহুত পণ্ডিতক তর্ক যুদ্ধত হৰুৱাই এইবােৰ সােণৰ। মুদ্রা অর্জন কৰিছাে। এতিয়া মই আপােনাৰ
Explore our collection of Assamese stories, essays, and literary works
এবাৰ নিজকে অতি গুণী-জ্ঞানী বুলি ভাবি গৌৰৱ কৰা এজন পণ্ডিতে আকবৰৰ দৰবাৰত উপস্থিত হৈ ক'লে– “জাহাপনা, মই বিভিন্ন ৰাজ্যত বহুত পণ্ডিতক তর্ক যুদ্ধত হৰুৱাই এইবােৰ সােণৰ। মুদ্রা অর্জন কৰিছাে। এতিয়া মই আপােনাৰ
এদিন আকবৰে বীৰবলক ৰাজপ্রসাদলৈ ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্রণ জনালে। অৱশ্যে সেইদিনাই নহয়, বীৰবলক প্রায়ে আকবৰে নিজৰ লগত খাবলৈ নিমন্ত্রণ কৰে। সেইদিনাৰ খাদ্য তালিকাত বিশেষ খাদ্য আছিল ভজা মাছ। আকবৰ আৰু বীৰব
এবাৰ বীৰবলক সম্রাট আকবৰে বিদেশৰ এখন ৰাজ্যলৈ দূত হিচাপে পঠালে। সেই ৰাজ্যৰ ৰজাই বীৰবলৰ চতুৰ বুদ্ধিৰ বহুত কাহিনী শুনিছিল। বীৰবলক কিন্তু কোনাে দিনে দেখা নাছিল। বীৰবলৰ বুদ্ধিৰ পৰীক্ষা কৰি চোৱাৰ ইচ্ছাৰে ৰজা
সমাজত বহুত অন্ধবিশ্বাস প্রচলিত হৈ থাকে। এবাৰ এজন মানুহক দেখিলেই সেইদিনটোত লঘােনে থাকিব লাগে বুলি এটা অন্ধবিশ্বাস চাৰিওফালে বিয়পি পৰিল। ফলত কোনাে মানুহেই মানুহজনক চাব নােখােজে। মানুহজনক দেখা নাপাবলৈ স
দিল্লীৰ কাজীজনে এইদৰে হােজা মানুহক ঠগােৱাৰ কাৰণে বীৰবলে কাজীক দেখিব নােৱাৰা হ'ল। বীৰবলে কাজীজনক কামৰ পৰা আঁতৰাবলৈ এটা বুদ্ধি কৰিলে। কাজীজনৰ ঘৰত এটা লগুৱা আছিল। সি আছিল খুব চতুৰ। কিন্তু সি অসৎ নাছিল।
আন এবাৰ বুঢ়াক ঠগিবলৈ চেষ্টা কৰাৰ দৰে কাজীজনে এগৰাকী বুঢ়ীকো একে ধৰণেৰে ঠগিব খুজিছিল। এইবাৰো হজলৈ যাবলৈ ওলাই বুঢ়ী এগৰাকীয়ে সঞ্চিত ধনৰ পৰা বাট খৰচৰ বাবদ লগা মােহৰখিনি বেলেগে ৰাখি বাকীবােৰ এটা মােনাত
এবাৰ এজন অচিনাকি বেপাৰীয়ে কেইটামান ঘোঁৰা বিক্রী কৰিবলৈ আকবৰৰ ওচৰলৈ আহিল। খুব ভাল জাতৰ ঘোঁৰা দেখি আকবৰে আটাইকেইটা ঘোঁৰা কিনিলে। সেই কেইটা ঘোঁৰা কিনাৰ উপৰিও তাতকৈ শক্তিশালী অন্য ঘোঁৰা দহটা আনিবলৈ আকবৰে
সম্রাট আকবৰে দৰবাৰত ৰাজ্যৰ সকলােবােৰ বিবাদ মীমাংসা কৰাটো সম্ভৱ নাছিল। সেইবাৰে ঠায়ে ঠায়ে সম্রাটে কিছুমান সৎ মানুহক বিচাৰ কৰাৰ কাৰণে নিয়ােগ কৰিছিল। এই লােকসকলক কাজী বােলা হৈছিল। কিন্তু দিল্লীত নিয়োগ
সম্রাট আকবৰে প্রাতঃভ্রমণত যাওতে সদায় বীৰবলক লগত লৈ যায়। গৈ থাকোতে বাটত আকবৰে বীৰবলক নানান প্রশ্ন সােধে। সকলাে প্রশ্নৰে উত্তৰ বীৰবলে দিয়ে। আকবৰৰ কোনাে প্রশ্নই বীৰবলক সমস্যাত পেলাব নােৱাৰে। সকলাে প্ৰ
এবাৰৰ কথা। দুজন মানুহৰ সমস্যাৰ সমাধান কৰিব নােৱাৰি কাজী চাহাবে সিহঁতক আকবৰৰ দৰবাৰলৈ পঠিয়ালে। দৰবাৰত মানুহ দুজনক এজন এজনকৈ সিহঁতৰ সমস্যাৰ কথা কবলৈ আকবৰে আদেশ দিলে।। তেতিয়া এজনে ক'লে– “জাহাপনা, মােৰ
এদিনৰ কথা। আকবৰে বীৰবলক সুধিলে – “সংসাৰত আটাইতকৈ কৃতজ্ঞ আৰু কৃতঘ্ন কোন?” বীৰবলে ক'লে – “জাহাপনা, আজি উত্তৰ নিদিও। কাইলৈ দৰবাৰত সঠিক উত্তৰ দিম।” আকবৰে সন্মতি দিলে। পিছদিনা বীৰবলে নিজৰ পােহনীয়া কুকু
দিল্লীৰ এজন চিত্ৰকৰে খুব ভাল ছবি আঁকিছিল। তেওঁৰ ছবিয়ে সকলােকে মােহিত কৰিছিল। কাৰণ ছবিবােৰ আছিল নিখুঁট। সেইবাবে বহুত দাম দিও বহুত মানুহে তেওঁৰ চিত্ৰ কিনিছিল। এইদৰে চিত্ৰ বিক্ৰী কৰিয়ে চিত্ৰকৰজনে তেওঁৰ