Friday, October 9, 2026
কাথাৰ আৰু হেনছেক Uncategorized

কাথাৰ আৰু হেনছেক

অতি পুৰণি কালৰ কাহিনী। পৃথিৱীখন তেতিয়াও আমাডিমা অৱস্থাত আছিল। সৰগৰ দেৱতাসকলৰ মনত এটা ডাঙৰ প্ৰশ্নই দেখা দিলে— ‘পৃথিৱীত থকা মানৱ জাতিক কোনে প্রতিপালন কৰিব?’ দেৱতাসকলে আলােচনা কৰি ঠিক কৰিলে যে ছংছাৰপ'ৰ

Mar 24, 2022 · Admin