বান্দৰ আৰু শিয়াল- lakshminath bezbaroa
বান্দৰ আৰু শিয়াল- (lakshminath bezbaroa) এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়াে সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহতে কত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজ-আলি এটাৰ
বান্দৰ আৰু শিয়াল- (lakshminath bezbaroa) এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়াে সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহতে কত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজ-আলি এটাৰ
মেকুৰীৰ জীয়েকৰ সাধু- lakshminath bezbaruah এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যােৱাত তাই, “মােৰ মাছ খাবৰ
এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে-”অ’ গছ, অ’ গছ ফুল নুফুল কিয়?” গছে উত্তৰ দিলে-”মই যে ফুলিব
এক বুঢ়াৰ সাতোটা পুতেক আছিল। বুঢ়াই পুতেকহঁতৰ সুখ-সন্তোষ দেখিবলৈ নাপালে। পুতেক এটাইকিটাই খাব-খুটিব পৰা হোৱাৰ আগেয়ে বুঢ়া মৰি গ’ল। বুঢ়ীয়ে ছয়োটালৈ ছোৱালী বিয়া কৰাই আনি অলপমান সুখ-সন্তোষৰ মুখ দেখিছি
এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ ধৰিবলৈ বুলি পল-জুলুকি লৈ উকিয়াই ওলালত বুঢ়া-বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকাই এখন
এদিন এটা গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাটলৈ নি এদা বুলি বেচিবলৈ বুধি পাতিলে আৰু সেইদৰে সেইদিনাই আন এঠাইৰ আন এটা চেঙেলীয়া ডেকাইও এভাৰ ভোমলতিৰ গুটি পাৰি লৈ জালুক বুলি হাটত বেচিবলৈ কাৰবাৰ কৰি হাটৰুৱা
সত্যযুগত দুটি বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ সাতোটি পো। সাতোটা পোলৈ সাতজনী বোৱাৰী আনিলে। বৰজনীৰ ল’ৰা এটি হ’ল। সেই সাতজনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল। বুঢ়া-বুঢ়ী মৃত্যুৰ ওচৰ চাপিল। বুঢ়া-ব
এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা-কড়ি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈনীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰ
দুজন বৰ মৰমৰ সখি আছিল। এজন মৰিবৰ সময়ত তেওঁ পুতেকক সখিয়েকৰ হাতত গতাই দি ক’লে, ”সখি, মোৰ ল’ৰাটো তোমাক গাতালোঁ; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা।” পুতেককো সি ক’লে, ”মোৰ সখিৰ হাতত তোক গতালোঁ।
কুকুৰীকণা | burhi aair sadhu stories in assamese এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত, বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ
এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল| জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল| শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগ লৈ যোৱা নাছিল| কিন্তু সি অলপ ব
এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল’ৰা আছিল। ল’ৰাটোৱে এদিন পাণনি চুৰুকি থাকোঁতে হঠাত্ হাঁহ-কণী এটা পাই মাকক দিলেগৈ। মাকে কণীটো ধোঁৱাচাঙৰ ওৰতত তুলি থ’লে। কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ