ধর্ম পৰীক্ষা
বনবাসৰ অন্তত এদিন পঞ্চপাণ্ডৱে বহুদূৰ খােজ কাঢ়ি গৈ পিয়াহত জর্জৰিত হৈ এজোপা গছৰ তলত আশ্রয় ল’লে। বৰকৈ পিয়াহ লগাত যুধিষ্ঠিৰে ভীমক অলপ পানী আনিবলৈ পঠিয়ালে। ওচৰতে পানীৰ সুব্যৱস্থা নথকাত ভীমে এজোপা গছৰ
বনবাসৰ অন্তত এদিন পঞ্চপাণ্ডৱে বহুদূৰ খােজ কাঢ়ি গৈ পিয়াহত জর্জৰিত হৈ এজোপা গছৰ তলত আশ্রয় ল’লে। বৰকৈ পিয়াহ লগাত যুধিষ্ঠিৰে ভীমক অলপ পানী আনিবলৈ পঠিয়ালে। ওচৰতে পানীৰ সুব্যৱস্থা নথকাত ভীমে এজোপা গছৰ
কদ্রু আৰু বিনতা দুয়াে বাই ভনী। দুয়াে দক্ষৰ জীয়েক আৰু কাশ্যপ ঋষিৰ পত্নী। কদ্রুৰ সন্তান এহাজাৰ নাগ আৰু বিনতাৰ সন্তান হ’ল—অৰুণ আৰু গৰুড়। এদিন ইন্দ্ৰৰ ঘোঁৰা উচ্চৈশ্ৰৱাক লৈ কদ্রু আৰু বিনতাৰ মাজত তর্কযু
মহাভাৰতৰ যুগৰ এখন নগৰৰ নাম ‘একাচক্রী’। যি সময়ত পঞ্চপাণ্ডৱ আৰু মাতৃ কুন্তীদেৱী ভেশছন কৰি বিভিন্ন ঠাই ঘূৰি আছিল, সেই সময়তে। তেওঁলােক গৈ সেই একাচক্রী নগৰত উপস্থিত হৈছিল। তাতে গৈ তেওঁলােকে এঘৰ ব্ৰাহ্মণৰ
মগধ নামৰ এখন ৰাজ্যৰ এজন প্ৰৱল পৰাক্ৰমী ৰজাৰ নাম হ’ল জৰাসন্ধ। তেওঁ জন্মতে মাকৰ গৰ্ভত দুডােখৰ অৱস্থাত আছিল। জন্মৰ পিছত মাতৃয়ে জৰাসন্ধক তেনেকুৱা ৰূপত দেখিবলৈ পাই খঙে-ৰাগে চুৱা পাতনিত পেলাই দিছিল। পিছত ‘
বনবাসৰ কালছােৱাত পঞ্চপাণ্ডৱে বিভিন্ন বনৰ মাজত বিচৰণ কৰি ফুৰিছিল। দ্বৈত বনত থাকোতে এদিন ব্যাসদেৱে মহাদেৱৰ সহায়ত অস্ত্র লাভৰ দিহা দিছিল। তেওঁ কৈছিল যে মহাদেৱ শিৱক সন্তুষ্ট কৰিব পাৰিলে পাশুপাত অস্ত্র লা
ভীষ্মই দুর্যোধনক কথা দিছিল যে তেওঁ কৌৰৱৰ সেনাপতি হৈ দহদিন যুঁজ দি প্রতিদিনে দহ হাজাৰকৈ সৈন্য বধ কৰিব। ইতিমধ্যে ন দিন যুদ্ধ হৈ গ’ল। যুধিষ্ঠিৰে ভীষ্মৰ প্রতিজ্ঞাৰ কথা গম পােৱা নাছিল। ভীষ্ম হ’ল অজেয় বীৰ;
দুর্যোধন আৰু যুধিষ্ঠিৰে বিভিন্ন পক্ষৰ পৰা সহায়ৰ অপেক্ষাত। দুর্যোধনে চাৰিওফালে কটকী পঠিয়াই ৰজাসকলৰ পৰা সহায় ভিক্ষা মাগিছে। তেওঁৰ আশা— তেওঁলােকে পাণ্ডৱৰ বিপক্ষে যুঁজি তেওঁক সহায় কৰিব। দুর্যোধন আৰু য
মহাভাৰতৰ এটা অতি গুৰুত্বপূর্ণ চৰিত্ৰৰ নাম হ’ল দ্রৌপদী। তেওঁ জগতৰ সতীসকলৰ এজনী। দ্রৌপদী আছিল দ্রুপদৰজাৰ দুহিতা বা কন্যা। স্বয়ম্বৰ সভাত অর্জুনে লক্ষ্য ভেদ কৰি দ্রৌপদীক লাভ কৰে। মাত্র এটা কথাৰ বাবে আৰু
পৃথিৱীৰ ভিতৰতে মহাভাৰতৰ এখন জাকত-জিলিকা গ্রন্থ। ই সৰ্ববিদ্যা সমন্বিত এখন অতি বৃহৎ গ্রন্থ। একেধাৰে ই কাব্য, ধর্মশাস্ত্র, ইতিহাস, দর্শন আৰু ৰাজনীতি, সমাজনীতি, নীতিশাস্ত্র বিষয়ক এখন গ্রন্থ। ইয়াক ‘পঞ্চম