Thursday, September 10, 2026
📖

হামাহি

 কালিলৈ কৰিম এইকথা বহুত অনৰ্থক মূল। নকৰো বুলি বহি থকা এক কথা আৰু পাচত কৰিম বুলি কাম সাঁচি থৈ দিয়া এক কথা। প্ৰথমটো এটা সমস্যাৰ সিদ্ধান্ত, তাৰ পৰা এটা বিষয়ৰ ওচৰলৈ অহা হয়, আন এটা বিষয়ত হাত দিবলৈ আজৰি

Jun 08, 2021 · Admin · 405 views
📖

অভ্যাস

'সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।' এই এটা নীতিবচন সকল

Jun 08, 2021 · Admin · 112 views
📖

উৎসাহ

দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান

Jun 08, 2021 · Admin · 133 views
📖

শ্ৰম

শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ, ইয়াৰে অসাধ্য সাধন কৰিব পাৰি। ই কৰ্ম্মক্ষেত্ৰত হুতাশন, ইয়াৰ আগত কোনো কামেই টান নহয়। জগতৰ ডাঙ্গৰ সকলো কাম ইয়াৰ বলতেই সিদ্ধ হৈছে। শ্ৰম সম্পদৰ মূল। যি মানুহ শ্ৰমত বিমুখ তাৰ স

Jun 08, 2021 · Admin · 841 views
📖

কৰ্ম

 ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদ্‌গতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যা বুদ্ধি আৰ্জি লৈ বহি থাকিলে জীৱনত উদ্‌গতি কৰিব নোৱাৰি। বিদ্যা উদ্‌গতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম্ম হৈছে উদ্‌

Jun 08, 2021 · Admin · 96 views
📖

অন্যৰ প্ৰতি ব্যৱহাৰ

 যিবিলাক মানুহেৰে সৈতে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে

Jun 08, 2021 · Admin · 519 views
📖

চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা

চৰিত্ৰ শুধৰণিৰ বাটত বহুত ৰিপু আছে। লোভ, মোহ, অহঙ্কাৰ আদি প্ৰখ্যাত ৰিপুবিলাক বশ কৰিলেই সকলোবিলাক ৰিপু পাৰ হোৱা বুলি ভবা উচিত নহয়। সিহঁতৰ বাজেও অন্য অনেক ৰিপুৱে সেই বাট আগচি আছে। সংসাৰত উদ্‌গতি কৰিব খো

Jun 08, 2021 · Admin · 97 views
📖

মিছালি

       মানুহে সঁচাতকৈ যে মিছা বেচি ভাল পায় ই ধুৰুৱ কথা, নাইবা পৃথিৱীত উপন্যাস বা উপকথাৰ ইমান প্ৰচলন নহ'লহেঁতেন। কিন্তু মিছা কথা নানা বিধৰ আছে আৰু প্ৰত্যেক বিধৰ অভিপ্ৰায় বেলেগ বেলেগ। কোনো মিছা মানুহক

Jun 08, 2021 · Admin · 129 views
📖

অহংকাৰ

নিজে ডাঙ্গৰ আনবিলাক সৰু, বা নিজে ভাল, আনবিলাক বেয়া, এনেকুৱা ভাব মনত ৰাখি আচৰণ কৰিলে অহংকাৰ কৰা হয়। আৰু নিজৰ গুণ নিজে বখানিলেও অহঙ্কাৰ কৰা হয়। অহঙ্কাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি

Jun 08, 2021 · Admin · 796 views
📖

লোভ

     ক্ৰোধৰ নিচিনাকৈ লোভৰো দুৰ্জ্জয় প্ৰতাপ। ক্ৰোধে যেনেকৈ মানুহক বিপদত পেলায়, লোভেও সেইদৰে বিপদত পেলায়। কিন্তু ক্ৰোধৰ নিচিনা ই মানুহৰ হিতাহিত জ্ঞান লোপ নকৰে। ক্ৰোধত মানুহ বাউল হয়, উচিত অনুচিত বিচা

Jun 08, 2021 · Admin · 115 views
📖

ক্ৰোধ

কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্য এই ছটা মানুহৰ ওপজা দুষ্ট প্ৰবৃত্তি। ইহঁত স্বভাৱতে বৰ বলী। ইহঁতৰ দণ্ডিত মানুহে অকাম কৰি বিপদত পৰে! কোনোৱে কামৰ দণ্ডিত কুকাম কৰি ৰাইজৰ গৰিহনা খায়। কোনোৱে ক্ৰোধৰ দণ্ড

Jun 08, 2021 · Admin · 84 views
📖

ন্যায়শীলতা

ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে। সি নিজৰ হিতাহিত আওকাণ কৰি নানা বিঘিনি ঠেলি থৈ ন্যায়ৰ পথত আগ বাঢ়ে। নিজে বিপদও পৰিও ন্যায়ৱন্ত মানু

Jun 08, 2021 · Admin · 70 views