Nebular Hypothesis- বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস ||Part-02
আজি আমি টিভিত দেখা পোৱা আৰু কিতাপত পঢ়া সৌৰজগতখন, ৪.৩ বিলিয়ন বছৰ আগতে মাত্ৰ এটুকুৰা ডাৱৰহে আছিল, য'ত বহুতো ধূলিৰ কণা আৰু গেছ আছিল। এনে ডাৱৰক Nebula বোলা হয়। আমি ইয়াত যি তত্ত্বৰ কথা কৈছো, সেই তত্ত্