Tuesday, August 25, 2026
সাধু-8. লাৱণ্যৱতী

সাধু-8. লাৱণ্যৱতী

অলৌকিক সিংহাসনৰ লােভে পুনৰ ৰজাক সিংহাসনৰ ওচৰলৈ টানি আনিছিল। সিংহাসনত বহিবৰ আয়ােজন কৰাৰ লগে-লগে পুনৰ আঠ নম্বৰ পুতলা লাৱণ্যৱতী ৰজা ভােজক ক'লে, হে ৰাজন, সিংহাসন আৰােহণ কৰাৰ পূর্বে অন্য এটা কাহিনী শুনক।

Jun 04, 2021 · Admin · 111 views
সাধু-7. কুৰংগনয়না

সাধু-7. কুৰংগনয়না

পিছ দিনাখন পুনৰ ৰজা ভােজে সিংহাখনত বহিম বুলি ভৰিখন আগবঢ়ালে। সেই দিনাও সপ্তমগৰাকী পুতলাই ৰজাক বাধা প্রদান কৰি ক'লে, হে মহাৰাজ, সিংহাসনত বহাৰ পূৰ্বে ৰজা বিক্রমাদিত্যৰ অন্য এটা কাহিনী গুনক— ৰজা বিক্রমাদ

Jun 04, 2021 · Admin · 114 views
সাধু-6. অনংগনয়না

সাধু-6. অনংগনয়না

ষষ্ঠদিনা ৰজা ভােজে যেতিয়া সিংহাসনত বহিবলৈ আগবাঢ়িছিল সেই দিনাও ৰজাৰ ভৰিৰ স্পৰ্শত ষষ্ঠ পুতলাৰূপী অনংগনয়না নামৰ গন্ধর্ব কন্যাই মাত লগালে, “হে মহাৰাজ” আপুনি এতিয়াও ৰজা বিক্রমাদিত্যৰ সমকক্ষ হােৱা নাই।

Jun 04, 2021 · Admin · 75 views
সাধু-5. সুদতী

সাধু-5. সুদতী

পঞ্চমদিনা পুনৰ ৰজা ভােজে সিংহাসন আৰােহন কৰিবৰ উদ্দেশ্যে খােজ দিওতে সুদতী নামৰ পুতলাটোৰ দেহত চৰণ স্পর্শ হ’ল। লগে-লগে পুতলাটো জীৱন্ত হৈ উঠি ৰজাক তেনে কাৰ্যৰ পৰা আঁতৰাই ক'লে “হে মহাৰাজ, সিংহাসনত বহাৰ পূর

Jun 04, 2021 · Admin · 120 views
সাধু-4. ইন্দ্ৰসেনা

সাধু-4. ইন্দ্ৰসেনা

চতুর্থ দিনাও ৰজাই যেতিয়া সিংহাসনত বহিবলৈ আয়ােজন কৰিছিল তেতিয়া ভৰিৰ স্পৰ্শত চতুর্থ পুতলা ইন্দ্রসেনা জীৱন্ত হৈ উঠে। ইয়াৰ পিছত ইন্দ্রসেনাই ৰজা ভােজক বাধা প্রদান কৰি ক'লে, “মহাৰাজ, সিংহাসনত বহাৰ পূর্ব

Jun 04, 2021 · Admin · 112 views
সাধু-3. সুপ্রভা

সাধু-3. সুপ্রভা

তৃতীয় দিনাও একেই ঘটনা ঘটিল। ৰজাই যেতিয়া সিংহাসনত বহিবলৈ ভৰিখন আগবঢ়ালে, তেতিয়া ভৰিখন তৃতীয় গৰাকী পুতলাৰ মূৰত পৰিল। পুতলাগৰাকীৰ নাম আছিল সুপ্রভা। সুপ্রভা জীৱন্ত হ’ল আৰু ৰজাৰ কার্যত বাধা দি ক'লে, “হ

Jun 04, 2021 · Admin · 148 views
সাধু-2. প্রভাৱতী

সাধু-2. প্রভাৱতী

প্রথম দিনাৰ দৰে দ্বিতীয় দিনাও ভােজৰজাই সিংহাসন আৰােহণ কৰিবলৈ আহি ভৰি দিওতে দ্বিতীয় পুতলাটোৰ মূৰত ভৰি পৰিল। সেইবাৰাে দ্বিতীয় পুতলাটো জীৱন্ত হৈ উঠিল আৰু ৰজাক ক’লে, “হে মহাৰাজ সিংহাসন: আপােনাৰ সম্পত্ত

Jun 03, 2021 · Admin · 177 views
সাধু-1. মিত্রকেশী

সাধু-1. মিত্রকেশী

মহাৰাজ ভােজে সিংহাসন আৰােহণ কৰাৰ উদ্দেশ্যে খােজ দিব ধৰােতে তেওঁৰ খােজগৈ প্রথম পুতলাটোৰ মুৰত পৰিল। ৰজাৰ চৰণৰ স্পৰ্শ পৰাৰ লগে-লগে সেই পুতলাটো জীৱন্ত হৈ উঠিল আৰু ৰজাক বাধা দিলে। পুতলাটোই ৰজাক ক'লে, “মহা

Jun 02, 2021 · Admin · 197 views
বত্ৰিশ পুতলাৰ সাধু: পৰিচয়

বত্ৰিশ পুতলাৰ সাধু: পৰিচয়

ইয়াত উল্লেখিত পুতলাবােৰ, সিহঁত পূর্বতে গন্ধর্ব ৰজাৰ একাংশ ৰাজকুঁৱৰী আছিল। নৃত্য-গীতত সুনিপুণা এই গন্ধর্ব ৰাজকুঁৱৰীবােৰ বৰ ধুনীয়া আছিল। দেৱসমাজৰ নিয়মমতে এই গন্ধর্ববােৰ দেৱ-দেৱতাতকৈ তলৰ শ্ৰেণীৰ আৰু ইহ

Jun 02, 2021 · Admin · 292 views