Wednesday, October 7, 2026
📖
কেন্দ্ৰ সভা

খ্যাতিমতী বুঢ়ী

বুঢ়ীৰ খ্যাতি যুগে যুগে, কলিযুগত, সত্য যুগত. ত্ৰেতাত বা দ্বাপৰ যুগত সকলো কালত খ্যাতিমতী বুঢ়ী আছে৷ এক বুঢ়ীৰ খ্যাতি ৰামায়ণত গায়৷ ৷ তেওঁৰ প্ৰতাপ ভাৰতৰ সকলোৱে জানে৷ তেওঁৰ তিনি কুৰি সাত মেৰীয়া মন্ত্ৰণাত ৰাজ

Jun 09, 2021 · Admin · 87 views
📖
সাৰথি

ব্যায়াম

বল আৰু স্বাস্থ্য একে বস্তু নহ'লেও, সিহঁতে যে দুয়োকে দুয়ো সহায় কৰে তাৰ অকনো সন্দেহ নাই। স্বাস্থ্য নহ'লে বল সঞ্চয় কৰা টান আৰু বল নহ'লে স্বাস্থ্য ৰক্ষা কৰা টান। বলৱন্ত মানুহৰ স্বাস্থ্যও বলৱন্ত হয়, অ

Jun 08, 2021 · Admin · 363 views
📖
সাৰথি

শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা

স্বাস্থ্য ভালে ৰাখিব খুজিলে শৰীৰ সদায় নিকাকৈ ৰাখিব লাগে। নিকা হ'লে শৰীৰ শুদ্ধ হয়, আৰু শৰীৰৰ শুদ্ধতাই স্বাস্থ্যৰ ৰক্ষাকৱচ। শয়ন ভোজনৰ নিয়ম তিল তিলকৈ পালিলেও, মলিয়ন শৰীৰেৰে থাকিলে স্বাস্থ্য কেতিয়াও

Jun 08, 2021 · Admin · 186 views
📖
সাৰথি

শয়ন

টোপনী ভাগৰুৱা শৰীৰ পৰম ঔষধ। দিনৰ ভাগত নানা কামত আৰু নানা জঞ্জালত মানুহৰ শৰীৰ আৰু মন ভাগৰি অথিৰ হয়, ৰাতিৰ ভাগত টোপনি মাৰি সিহঁতে সেই ভাগৰ সকলো পাহৰে। ৰাতি ভালকৈ টোপনি পালে, পুৱা উঠি নতুন সংসাৰত ওলোৱা

Jun 08, 2021 · Admin · 109 views
📖
সাৰথি

ভোজন

ভোকত ভাত, পিয়াহত পানী, ই নহ'লে কোনেও জীৱন ধৰিব নোৱাৰে‌, কিন্তু সেয়ে অতিৰিক্ত হ'লে স্বাস্থ্যৰ অপকাৰ কৰে। এমুঠিৰ ভোকত চাৰিমুঠি খালে, এচলুৰ পিয়াহত চাৰি চলু পিলে নিশ্চয় শৰীৰত ৰোগ হয়। অপৰিমিত ভোজনৰ দো

Jun 08, 2021 · Admin · 137 views
📖
সাৰথি

বাসৰ ঘৰ

থকা ঠাইৰ দৰে থকা ঘৰেও স্বাস্থ্যৰ ভাল বেয়া কৰে থাকিবলৈ যি ঘৰ সজা যায়, তাক ডাঙৰকৈ সজা ভাল, ডাঙৰ ঘৰত বায়ু অবাধে চলাচল কৰিব পাৰে। ঘৰৰ ভিতৰত বন্ধ হৈ থকা বায়ু নানা কাৰণে দূষিত হয়, সেই দূষিত বায়ু সদায়

Jun 08, 2021 · Admin · 139 views
📖
সাৰথি

বাসৰ ঠাই

 সুস্থ শৰীৰ আৰু শুকান ঠাই এই দুয়োৰো ভিতৰত বিশেষ সম্বন্ধ আছে। জেকা ঠাইতে মানুহে কেতিয়াও গা ভালে ৰাখিব নোৱাৰে। স্বাস্থ্যৰ আনবোৰ আহিলা সকলো থাকিলেও কেৱল জেকা ঠাইৰ দোষতেই ঘনেপতি মানুহৰ নৰিয়া হয়। ইয়াৰ

Jun 08, 2021 · Admin · 98 views
📖
সাৰথি

স্বাস্থ্য

স্বাস্থ্য ধন পৰম ধন। যি এই ধনত দুখীয়া সি সকলো বিষয়ত দুখীয়া। স্বাস্থ্যহীন মানুহে নিজে পুৰুষাৰ্থ কৰি সুখ উপাৰ্জ্জন কৰা দুৰৈৰ কথা, সুখত জন্মিলেও সি তাক ভোগ কৰিব নোৱাৰে। তাৰ পক্ষে জীৱনটো এটা শাস্তি আৰু

Jun 08, 2021 · Admin · 120 views
📖
সাৰথি

ৰাগীয়াল বস্তু

 সজ কথাতকৈ অসজ কথাত মানুহৰ ৰাপ বেচি। অৱাচ্য কথা কৈ ধেমালি আৰু অসজ কাম কৰি আনন্দ কৰিবলৈ সৰহ মানুহে ভাল পায়। সজ কথা উলিয়ালে শুনোতা পাবলৈ টান, কিন্তু অসজ কথা উলিয়ালে মানুহে জুমুৰি দি ধৰে। সেই দেখি ৰং

Jun 08, 2021 · Admin · 158 views
📖
সাৰথি

ধনৰ ব্যৱহাৰ

 ধনৰ সকাম আৰু উপাৰ্জ্জনৰ বিষয়ে আগত আলোচনা কৰা হৈছে, কিন্তু তাৰ ব্যৱহাৰৰ বিষয়ে কোনো কথা কোৱা হোৱা নাই। ধন উচিত ৰূপে ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল ফলাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্

Jun 08, 2021 · Admin · 680 views
📖
সাৰথি

কৰ্ত্তব্য জ্ঞান

 কামত আভূৱা ভাৰি গা এৰাব খোজা বহুত মানুহৰ স্বভাৱ। এই বিলাক মানুহে ভাবে যে কথমপি এপাহ মাৰি কাম দেখুৱাব পাৰিলেই হয়, তাত পাৰ্গতালি দেখুৱাবৰ সকাম নাই, এনে বিবেচনা বহুত মানুহৰ অধোগতিৰ কাৰণ হয়। যি এনে ভাব

Jun 08, 2021 · Admin · 103 views
📖
সাৰথি

প্ৰতিজ্ঞা

 মূল্য অনুসৰি কাম উজু বা টান হয়, অৰ্থাৎ অলপ মূল্যৰ কাম উজু, আৰু সৰহ মূল্যৰ কাম টান। অলপ মূল্যৰ কাম হেলাৰঙ্গে কৰিব পাৰি, সৰহ মূল্যৰ কামত বহুত যত্ন আৰু শ্ৰম লাগে। কিন্তু যত্ন আৰু শ্ৰম দুয়ো কষ্টদায়ক,

Jun 08, 2021 · Admin · 175 views