THE ASSAMESE READING ROOM

The story library

A little curiosity. A new perspective. Find a story to spend some time with.

596 stories
596 stories Latest stories first

All stories

ন্যায়শীলতা

ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে। সি নিজৰ হ...

4 min read

দয়া

আগত কোৱা হৈছে যে মানুহৰ মনত দুই শ্ৰেণীৰ বৃত্তি আছে। তাৰে এক শ্ৰেণীৰ বৃত্তিবোৰ দুষ্ট, সেই নিমিত্তে সিহঁতক ৰিপু...

3 min read

চৰিত্ৰ

উদ্‌গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্‌গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্‌গতি পথত যা...

3 min read

চিন্তা

বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু স...

5 min read

দেশ ভ্ৰমণ

দেশ ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। প...

3 min read

বিশ্ব অধ্যয়ন

পুথিৰ প্ৰধান বিশ্ব। এই পুথিৰ ৰচক ঈশ্বৰ। বিশ্ব পুথি পাঠ কৰি সকলো প্ৰকাৰ জ্ঞান লাভ কৰিব পৰা যায়। আগৰ কালৰ পণ্ডি...

5 min read

বস্তু বিজ্ঞান অধ্যয়ন

বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰেইল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ...

3 min read

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

আজিকালি বিদ্যাৰ চৰ্চ্চা জগতময়, সেই দেখি পুথিৰ সংখ্যাও সৰহ। কিন্তু উদ্‌গতি বিচৰা মানুহৰ পক্ষে সকলো বিধ পুথি গু...

6 min read

পুথি অধ্যয়ন

পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থো...

3 min read

বিদ্যা

লাগতিয়াল আহিলা-পাতি যতনাই নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰ্ষণ...

1 min read

মনুষ্য জীৱনৰ লক্ষ্য

সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে, আৰু অনন্ত কাললৈ বৈ থাকিব। ইয়াত জীৱবিলাক জাকে জাকে,...

7 min read

লোভ

গছত উঠি চৰাই বাহৰ পৰা চৰাই-পোৱালি পৰা, আম কঁঠালৰ গছতে উঠি আম কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰাটোও একা...

4 min read