Wednesday, October 7, 2026
📖
সাধুকথাৰ কুঁকি

নকওঁ

মাহেকৰ আগৰেপৰা আমাৰ গাত উলাহ, ফাকুৱা আহিছে। তাতে ঘৰতে পূজা; উলাহৰ ওপৰত উলাহ পৰি আমাৰ ৰং ৰংপুৰৰ ৰংঘৰটোৰ সমান হৈছে। পূজালৈ বয়-বস্তু নৈবেদ্য-উপকৰণ গোটাবলৈ আমি ল’ৰাবোৰে উঠি-পৰি লাগিছোহঁক। আজি অধিবাস। মে

Jun 07, 2021 · Admin · 134 views
📖
সাধুকথাৰ কুঁকি

জয়ন্তী

প্ৰথম অধ্যায় জয়ন্তী ডাঙৰ মানুহৰ জীয়াৰী, ডাঙৰ মানুহৰ ঘৈণী; সৰুতে বাপেকৰ ঘৰত সুখত উঠা, আৰু ডাঙৰত গিৰিয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা। দৈন্য-দৈত্যৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শ

Jun 07, 2021 · Admin · 652 views
📖
সাধুকথাৰ কুঁকি

কন্যা

কাৰ্য্যগতিকে কিছুদিনৰ নিমিত্তে মোৰ প্ৰবাস ঘটিল। প্ৰবাস নুবুলি বনবাস বোলাই যুগুত। বাসস্থানৰ চাৰিউফালৰ প্ৰকাণ্ড গছ পৰ্বত আৰু এঙাৰ বৰণীয়া কোলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ। ঘৰ বোলাত তোমাৰ আমাৰ ঘৰৰ নিচিনা ঘৰ বুলি

Jun 07, 2021 · Admin · 138 views
📖
সাধুকথাৰ কুঁকি

কেকো ককা

অনাই-বনাই আহি বাণ ৰজাৰ মলুক পাই, তাতে দিনদেক থাকিবৰ মনস্থ কৰি এঠাইত ঠাই ল'লো। তিন দিনৰ ভিতৰতে তেজপুৰৰ তিনি চুকত থকা কানি-ভাঙৰ খোলাৰে সৈতে মোৰ বান্ধ সম্বন্ধ লাগিল।মই দেখিছোঁ, ত্ৰিভুবনৰ ভিতৰত মই যলৈকে য

Jun 07, 2021 · Admin · 107 views
📖
সাধুকথাৰ কুঁকি

আমালৈ নেপাহৰিব

প্ৰথম অধ্যায় "আগলি কলাপাত লৰে কি চৰে। চিলনী আই মোৰ আগতে পৰে।।" বিনাই-গোৱা এই গীতটি বহুত দূৰৰ পৰা বতাহৰ বোকোচাত উঠি আহি মোৰ কাণত পৰিল, মই চমকি উঠিলো। চমকি উঠিবৰ কথাই; অসমত হলে একো কথাই নহয়, কিন্তু

Jun 07, 2021 · Admin · 142 views
📖
বাখৰ

ক্ষমা

মানুহৰ দোষ ক্ষমা কৰিবা৷ ক্ষমাত মহত্ত্ব আৰু দেৱত্ত্ব আছে, আৰু সি তোমাৰ চৰিত্ৰত প্ৰতিভাত হৈ তোমাক আৰু ওখ আৰু মহত কৰিব৷ ক্ষমাই মনলৈ দয়াৰ বাট, প্ৰেমৰ বাট মুকলি কৰি ৰাখে৷ যি দোষ কৰে, তাৰ ঠাইত তোমাৰ মনতে তো

Jun 07, 2021 · Admin · 157 views
📖
বাখৰ

সৎসাহস

সাহ চৰিত্ৰ গঠনত বৰ দৰকাৰ৷ কিন্তু সৎ সাহহে (moral courage)৷ আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে৷ এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্তৃত্ব হয়৷ সমুখত উপস্

Jun 07, 2021 · Admin · 112 views
📖
বাখৰ

অকপটতা

গোটেইটো জীৱনতে এহাশুধীয়া (sincere) হ’বা৷ মুখে এটা পেটে এটা হৈ চলিলেই তোমাৰ সৰ্বনাশ৷ তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱৰা৷ পোনতে, অৰ্থাৎ তুমি ধৰা নপৰালৈকে, দুই-এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও,

Jun 07, 2021 · Admin · 90 views
📖
বাখৰ

কৰ্তব্যনিষ্ঠা

তুমি যি কামকে কৰা তাত মন-প্ৰাণ সমৰ্পণ কৰি কৰিবা৷ তাৰ উন্নতিৰ নিমিত্তে দিনে-ৰাতিয়ে চিন্তা কৰিবা, তেনেহ’লে নিশ্চয় তুমি কৃতকাৰ্য হ’বা৷ মাকে যেনেকৈ ল’ৰা তোলে, তুমি সেইদৰে তোমাৰ ব্যৱসায় তুলিব লাগিব, নতুবা

Jun 07, 2021 · Admin · 90 views
📖
বাখৰ

ওখ-আদৰ্শ

চৰিত্ৰ-মন্দিৰৰ আন এটা উপাদান ওখ-আদৰ্শ৷ ওখ-আদৰ্শ মনত লৈ সংসাৰত বাট বুলিলে তুমিও ওখ হ’বা৷ ক্ষুদ্ৰ আদৰ্শ বা আদৰ্শ বিহীন হৈ চলিলে তোমাৰ উন্নতি মৰুভূমিত পানী বিচৰাৰ নিচিনা৷ উন্নত হ’ব নোৱাৰিলে নিশ্চয় অধঃপাত

Jun 07, 2021 · Admin · 84 views
📖
বাখৰ

আনন্দ

চৰিত্ৰ-মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ৷ আনন্দই শৰীৰ-মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে৷ কোনো দুখ-বিপদৰ বাবে মনলৈ নিৰানন্দ অহাটো স্বাভাৱিক; কিন্তু সেই নিৰানন্দকে মনত পাগি-পুৰি নাথাকিবা; মনত

Jun 07, 2021 · Admin · 112 views
📖
বাখৰ

চৰিত্ৰ

চৰিত্ৰ (character) মানুহৰ জীৱনৰ ভেটি৷ এই ভেটিটো দৃঢ় হ’ব লাগে, নতুন জীৱনৰ বৃহত অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চুৰমাৰ হৈ যাব৷ জীৱন মানে মানুহৰ পূৰ্ণ-মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন ঘ

Jun 07, 2021 · Admin · 95 views