Wednesday, October 7, 2026
📖
সুৰভি

প্ৰথম দৰ্শনত ওপজা প্ৰেম

সিদিনা বান্ধ গিৰীন্দ্ৰ বৰা ফোপাই-জোপাই আহি মোৰ আগত উপস্থিত৷ মানুহটোৰ গতিটো দেখি মই ভয় খাই গ’লোঁ; বোলোঁ কি হ’ল? এওঁ কৰবাত ভৰা নাও বুৰাই আহিল নেকি, নাইবা বাটত বনৰীয়া ম’হ কি গঁড়ৰ খেদা খাই আহিল? মই তেওঁক

Jun 08, 2021 · Admin · 141 views
📖
সুৰভি

মিষ্টৰ ফিপ্সন

এদিনৰ এবেগেতীয়া ঘটনা এটা আজি কওঁ৷ হাওৰালৈ আহিবলৈ বুলি এদিন ইষ্ট ইণ্ডিয়া ৰেলৰ মধুপুৰ ষ্টেছনত ডাকগাড়ীত উঠিলোঁ৷ য়ুৰোপীয় সাজেৰে মোৰ আপাদমস্তক পৰিশোভিত৷ গতিকে, আন খোটালিকেইটা মানুহেৰে ঠাহ খাই থকা দেখি, “য়ু

Jun 08, 2021 · Admin · 98 views
📖
সুৰভি

মলক গুইন্‌-গুইন্‌

“হেয় আও! তোম কোন হ্যাঁয়? দৰৱাজাকা চামনে কাহে খাৰা হ্যাঁয়? “ কঁকালত পিতলৰ ছাপৰাচ আৰু মূৰত ৰঙা কলাৰে সানমিহলি কাপ্‌ কাপ্‌ পাগুৰী পিন্ধা হিন্দুঃস্থানী ছাপৰাচী এটাই, মুগাৰ বৰচুৰিয়া আৰু এৰিয়াৰ মিৰ্জাই চোলা

Jun 08, 2021 · Admin · 913 views
📖
সুৰভি

লাওখোলা

কলিকতাৰ ফালে “বাগান বাড়ী“ কাক বোলে, অসমীয়া মানুহৰ ভিতৰত ভালেমানে তাক “খায় নে কাণত পিন্ধে“ ক’বই নোৱাৰে৷ ভিকহু বদনামৰ চেকাৰে কলা-মলা অসমত বিদেশী মানুহৰ আগত লাজ নলগাকৈ উলিয়াব পৰা অত্‌ তত্‌ এক ৰিঙৰ বাটত দ

Jun 08, 2021 · Admin · 219 views
📖
সুৰভি

ভুৰুকী বৌ

এদিন এজনে তলত লেখা ঘটনাটো মোৰ আগত কৈছিল৷ তেওঁৰ মুখৰ পৰা মই যেনে শুনিলো হুবহু তলত তেনেকৈ লিখিলোঁ৷  “অসমীয়া মানুহ কানীয়া, এই বদনামটো অসমীয়াৰ গাত যাৰে মন যায় সিয়ে দিয়ে৷ কিন্তু বদনাম দিওঁতাসকলে জনা উচিত

Jun 08, 2021 · Admin · 103 views
📖
সুৰভি

লম্বোদৰ ডেকা

দেওবাৰ৷ ৰাতিপুৱা ৭ বজা৷ এখোজ-দোখোজকৈ পায়চালি কৰি লাহে লাহে ৰঘুনাথ চিৰস্তাদাৰৰ ঘৰ পালোঁগৈ৷ দেখোন চিৰস্তাদাৰ ডাঙৰীয়াই হৰিদেউ ফয়চলা নবিচৰে সৈতে বহি দবা খেলত নিমগন৷ ইমান পুৱাই তেওঁলোক খেলত বলিয়া হোৱাটো বা

Jun 08, 2021 · Admin · 88 views
📖
সুৰভি

গীতা

“ধ্যায়তো বিষয়ান্‌ পুংসঃ সঙ্গস্তেষুপজায়তে৷ সঙ্গাৎ সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোহতিজায়তে৷ ৷ ক্ৰোধাদ্ভুৱতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিভ্ৰমঃ৷ স্মৃতিভ্ৰংশাদ্‌ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি৷ ৷ “ মাঘৰ বিহু

Jun 08, 2021 · Admin · 116 views
📖
সুৰভি

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

“আইটী শয়নি অ! মাৰক ক, আজি আঞ্জাত লোণ দিবৈ পাহৰিলে৷ ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল৷ ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল৷ “ হাকিম ডিম্বধৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি এগৰাহ ভাত ম

Jun 08, 2021 · Admin · 203 views
📖
সাধুকথাৰ কুঁকি

মূলা-খোৱা বুঢ়া

প্ৰথম অধ্যায় তাহানি এক ৰজাৰ দিনত এহালি বুঢ়া-বুঢ়ী আছিল। দুয়ো গাঁৱৰ এমূৰত সৰু পজা এটিতে টুক্ টুক্ টাক্ টাককৈ কোনোমতে খাই বৈ থাকে; খেতি-বাতি বিশেষ একো নাই; কেৱল ঘৰৰ আগৰ এচমকামান মাটিতে শাকটো-পাচলিট

Jun 07, 2021 · Admin · 210 views
📖
সাধুকথাৰ কুঁকি

মিলাৰামৰ আত্ম-জীৱনী

এই কেইটা কাৰণৰ বাবে মোৰ জীৱন চৰিত মই নিজে লেখিলোঁ। (১) মোৰ মিতিৰ বা কুটুম লেখত তিনিজন। পোন প্ৰথমতে ঘৈণীৰ ফালৰ, তাৰ পিছত আইৰ ফালৰ, আৰু তাৰ পিছত সকলোৰে শেহত বোপাইৰ ফালৰ। তিনিউজনৰ পৰা তিনি দিনৰ অন্তৰে অ

Jun 07, 2021 · Admin · 329 views
📖
সাধুকথাৰ কুঁকি

ভেমপুৰীয়া মৌজাদাৰ

এওঁকে বোলে। এওঁৰ ঘাই নাম ডাঙৰীয়া শ্ৰীযুত লম্বোদৰ শৰ্মা বৰুৱা। এই ধানপুৰীয়া কঁঠাল যেন নামটো ওপৰত উল্লেখ কৰা উপলুঙা নামৰ ডাঠ পাতৰ তলত সদায় ঢাক খাই থাকে, কাৰো সতকাই চকুত নপৰে। ডাঙৰীয়াৰ ঘৰ উজনিত; আৰু

Jun 07, 2021 · Admin · 150 views
📖
সাধুকথাৰ কুঁকি

পণ্ডিত মহাশয়

প্ৰথম অধ্যায় খাজনা-গাৰাজৰ বৰকাঁহত টং টং কৰে ৰাতি ৯ কোব পৰিল, পণ্ডিত মহাশয়ে আলহী কেজনক বাহিৰতে শুবলৈ কৈ এন্ধাৰে-মুধাৰে খপিয়াই-খপিয়াই আহি ৰান্ধনী-ঘৰৰ দুৱাৰ মেলি চাকি বিচাৰিবলৈ লাগিল। কলীয়া বোন্দা

Jun 07, 2021 · Admin · 116 views