Tuesday, October 6, 2026
কণা হৰিণ

কণা হৰিণ

এসময়ত এখন সাগৰৰ পাৰত এটা ধুনীয়া নােদোকা হৰিণ আছিল। বেচেৰা হৰিণাটোৰ বাওঁ চকুটো আছিল কণা। কেৱল সি সোঁ চকুটোৰেহে দেখা পায়। সেইকাৰণে সি চৰিব গলে সদায় বাঁও চকুটো সাগৰৰ ফালে ৰাখে আৰু সোঁ চকুটো সাগৰৰ পাৰ

Jun 06, 2021 · Admin · 177 views
খেতিয়ক আৰু নেউল

খেতিয়ক আৰু নেউল

এখন গাঁৱত এজন কৃষকে তাৰ ঘৈণীয়েক আৰু তাৰ এটি দহমহীয়া কেঁচুৱাৰ সৈতে বাস কৰিছিল। উক্ত খেতিয়কজনে এটা নেউল বৰ মৰমেৰে পােহপাল কৰিছিল। এদিনাখনৰ কথা, খেতিয়কজনক কেঁচুৱাটো ৰখিবলৈ দি তেওঁৰ ঘৈণীয়েক ওলাল কাপা

Jun 06, 2021 · Admin · 217 views
শিয়াল আৰু বগলী

শিয়াল আৰু বগলী

এখন হাবিত এটা শিয়াল আৰু এটা বগলী তাৰ চুবুৰীয়া ৰূপত বাস কৰিছিল। শিয়ালটোৱে নিজকে বৰ টেঙৰ বুলি ভাবিছিল। সি তাৰ টেঙৰালি বগলীটোক দেখুৱাবলৈ মনস্থ কৰিছিল। শিয়ালে এদিন সেই উদ্দেশ্যে বগলীক তাৰ ঘৰলৈ নিমন্ত্

Jun 06, 2021 · Admin · 1794 views
পৰুৱা আৰু ফৰিং

পৰুৱা আৰু ফৰিং

অতি শীতল এটি ৰাতিপুৱা। সেই দিনাৰ ৰাতিপুৱাটো আছিল অতি আমনি দায়ক। পৰুৱা এটাই একো কাম বন বিচাৰি নাপাই তাৰ ভঁৰাল ঘৰৰ মুখতে এখন আসন পাৰি লৈ জুপুকা মাৰি বহি আছিল। কিনকিনীয়া বৰষুণ দি আছিল বাবে সি বাহিৰলৈ য

Jun 06, 2021 · Admin · 989 views
মিছলীয়া গৰখীয়া

মিছলীয়া গৰখীয়া

এসময়ত কোনাে এখন গাঁৱত এজন বৰ অঘাইতং ল’ৰাই বাস কৰিছিল। ল’ৰাজনৰ এটাই প্রধান কর্তব্য আৰু সেইটো হৈছে গাঁৱৰ গৰুবােৰ নি পাহাৰৰ নামনিত চৰাব লাগে। সি সুন্দৰকৈ বাঁহী বজাবও জানে। গতিকে দিনটো সি বাঁহী বজাই, হাঁ

Jun 06, 2021 · Admin · 1233 views
ভাগ্যবান শিয়াল

ভাগ্যবান শিয়াল

এখন হাবিৰ কাষতে থকা বিশাল সেউজীয়া ঘাঁহনিত এটা হৰিণাই আপােনমনে ঘাঁহ খাই আছিল। সেই হৰিণাটো ধৰিবলৈ মনে-মনে এটা ভালুক আৰু এটা সিংহই দুঠাইত বেলেগে বেলেগে চোপ লৈ আছিল। সুযােগ বুজি সিংহ আৰু ভালুকে হৰিণাটোৰ

Jun 06, 2021 · Admin · 181 views
কপালৰ লিখন

কপালৰ লিখন

এখন গাঁৱত এজন ধনী জমিদাৰ আছিল। জমিদাৰৰ এজনেই পুত্র সন্তান আছিল। জমিদাৰে পুতেকক চকুৰ মণি বুলি ভাবিছিল। তেওঁ পুতেকৰ মৰমত ইমানে অন্ধ আছিল যে অলপ সময়ৰ বাবেও পুতেক চকুৰ আঁতৰ হােৱাটো নিবিচাৰিছিল। ইফালে পুত

Jun 06, 2021 · Admin · 190 views
চতুৰ গাধ

চতুৰ গাধ

একালত এখন হাবিত এটা গাধ আৰু এটা কুকুৰনেচীয়া বাঘ আছিল। কুকুৰনেচীয়া বাঘ চিকাৰত বেছি চোকা। বহুত জন্তুই তাক দেখিলেই পলায়। কিন্তু সেইদিনাখন গাধটোৱে ৰং মনেৰে পথাৰৰ কোমল ঘাঁহ খাই আছিল। সি কেতিয়াও ভবা নাছ

Jun 06, 2021 · Admin · 196 views
বুর্বক ছাগলী

বুর্বক ছাগলী

এদিন এটা লুভীয়া শিয়ালে হাঁহ-কুকুৰা বিচাৰি গাঁৱৰ ফালে আহিছিল। মনতে ভাবিছিল—যদি ক'ৰবাত কিবা এটা মিলে দিনটোৰ বাবেই আৰামদায়ক হ’ব। পিছে তাৰ সেইদিনা কপাল বেয়া আছিল। ক'ৰবাৰ পৰা কুকুৰ এটাই ভেউ-ভেউ কৈ তাক

Jun 06, 2021 · Admin · 216 views
নেগুৰ কটা শিয়াল

নেগুৰ কটা শিয়াল

এখন হাবিত এটা লুভীয়া শিয়াল বাস কৰিছিল। উক্ত শিয়ালটোৱে ওচৰৰ গাঁওবােৰত হাঁহ-কুকুৰা বিচাৰি সেই প্রাণীবােৰৰ বাবে ত্রাস সৃষ্টি কৰিছিল। এনেদৰে চিকাৰ কৰাৰ ফলত পৰিয়ালবােৰত ভীষণ অশান্তি সৃষ্টি হৈছিল। কোনেও

Jun 06, 2021 · Admin · 233 views
অহংকাৰী কাছ

অহংকাৰী কাছ

এখন বিশাল আকাৰৰ বিলত এটা প্রকাণ্ড কাছে অতি সুখ শান্তিৰে বাস কৰিছিল। উক্ত বিলত প্ৰায়ে এটা ঈগল পানী খােৱাৰ চলেৰে আহিছিল। এনেকৈ আহোঁতে আহোঁতে ঈগল আৰু কাছৰ মাজত বন্ধুত্ব স্থাপন হ’ল আৰু দুয়ােজনৰ মাজত এৰা

Jun 06, 2021 · Admin · 310 views
কুটিল সিংহ

কুটিল সিংহ

এখন অটব্য অৰণ্যত তিনিটা ম'হ আছিল। ম’হ তিনিটা নলে-গলে লগা বন্ধু আছিল। সিহঁত তিনিওটাৰ মাজত এৰা এৰি নাছিল। সুখ-দুখৰ যেন সিহঁত লগৰী আছিল। তিনিওটা মহৰ এনে মিত্রতা এটা লুভীয়া সিংহই খুব বেয়া পাইছিল। সিংহটো

Jun 06, 2021 · Admin · 165 views