Wednesday, October 7, 2026
📖
পঞ্চতন্ত্ৰৰ সাধু

ধনলােভী নাপিতৰ সাধু

মণিভদ্র নামৰ এজন অতি ধার্মিক আৰু সাধু সদাগৰ পাটলীপুত্র নামৰ নগৰ এখনত বাস কৰিছিল। উক্ত সদাগৰজনে দান দিওঁতে দিওঁতে এটা সময়ত সদাগৰ বাটৰ ভিকহুত পৰিণত হৈছিল। সেই কাৰণে সদাগৰৰ মনলৈ কিছুমান অবাঞ্চিত চিন্তা

Jun 04, 2021 · Admin · 629 views
📖
পঞ্চতন্ত্ৰৰ সাধু

বিদ্যাতকৈ বুদ্ধি শ্রেষ্ঠ

কোনাে এখন নগৰত চাৰিজন ব্রাহ্মণ বাস কৰিছিল। সেই চাৰিজনৰ মাজত প্রথম তিনিজন আছিল সকলাে বিদ্যাত পাকৈত। আনহাতে চতুর্থজন একো বিদ্যাতে পাৰ্গত নাছিল। সি আছিল বুদ্ধিত ভােটজলকীয়া সদৃশ। এবাৰ ব্রাহ্মণ চাৰিজনৰ মা

Jun 04, 2021 · Admin · 967 views
📖
পঞ্চতন্ত্ৰৰ সাধু

গীত গােৱা গাধৰ সাধু

এজন ধােবাৰ এটা গাধ আছিল। ধােবাই গাধটোক দিনটো তাৰ কামত লগাই আৰু ৰাতি হলে তাক ঘাঁহ খাবলৈ এৰি দিয়ে। এদিন ৰাতি ঘাঁহ খাই ঘূৰি ফুৰােতে সি এটা শিয়ালৰ মুখামুখি হ’ল। দুয়ােটাৰ চা-চিনাকিৰ মাজতে বন্ধুত্বও গঢ়ি

Jun 04, 2021 · Admin · 563 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ব্রাহ্মণৰ সপােন

এখন নগৰত এজন কৃপণ ব্রাহ্মণ আছিল। উক্ত ব্রাহ্মণজনে দিনটো ঘৰে ঘৰে ভিক্ষা মাগে। সিই ভিক্ষা মাগােতে যিখিনি পিঠাগুৰি পাই তাৰে আধাখিনি খাই বাকীখিনি এটা কলহত সাঁচি থয়। কৃপণ ব্রাহ্মণজনে সেইপিঠাগুৰিৰ কলহটো তা

Jun 04, 2021 · Admin · 379 views
📖
পঞ্চতন্ত্ৰৰ সাধু

দুমূৰীয়া তাঁতী

কোনাে এখন ঠাইত এজন অতি নিঃকিন দৰিদ্ৰ তাঁতী বাস কৰিছিল। সাধাৰণভাৱে তাঁত বৈ সি জীৱন নির্বাহ কৰিছিল। অতি সাধাৰণভাৱে জীৱন নির্বাহ কৰা এইজন তাঁতীৰ এবাৰ তাৰ কিছুমান তাঁতৰ সঁজুলি নষ্ট হ’ল। সেই সজুলিবােৰ আছিল

Jun 04, 2021 · Admin · 233 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ব্রহ্মদত্ত কেকোঁৰা আৰু সাপ

ব্রহ্মদত্ত নামৰ এজন কিশােৰ তাৰ মাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। কিশােৰজন মাকৰ একান্ত বাধ্য আছিল। ক'ৰবাত গলেও মাকৰ আশীর্বাদ নােলােৱাকৈ লৰচৰ নকৰিছিল। সেই কাৰণে মাকেও ব্রহ্মদত্তক কিবা এটা দিহে বিদায় দিছি

Jun 04, 2021 · Admin · 274 views
📖
পঞ্চতন্ত্ৰৰ সাধু

হেজাৰ বুদ্ধি, শতবুদ্ধি আৰু একবুদ্ধি

এখন বিলত ভালেমান মাছ-কাছৰ লগতে কিছুমান বেং একেলগে মিলাপ্ৰীতিৰে বহু বছৰ ধৰি বসবাস কৰি আছিল। বিলটোত বসবাস কৰা মাছবােৰৰ মাজত দুটা মাছৰ নাম আছিল হেজাৰ বুদ্ধি আৰু শতবুদ্ধি। সিহঁত দুটাৰ যেনে নাম তেনে কামাে

Jun 04, 2021 · Admin · 408 views
📖
পঞ্চতন্ত্ৰৰ সাধু

দুটা ভাটেীৰ কাহিনী

কোনাে এখন পাহাৰৰ নামনিৰ এখন হাবিত এহাল ভাটৌ চৰাই বাস কৰিছিল। ভাটৌহালৰ মাইকীজনীয়ে সময়ত দুটা কণী পাৰিলে। সময়ত সেই কণী দুটাৰ পৰা এহাল ভাটৌ জন্মিল। এদিন দুপৰীয়াৰ সময়ত ভাটৌহাল নথকা সুযােগত এটা ব্যাধে

Jun 04, 2021 · Admin · 1196 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ৰজা আৰু বান্দৰৰ সাধু

কোনাে এখন ৰাজ্যত এজন মূৰ্খ আৰু বিলাসী ৰজাই ৰাজত্ব কৰিছিল। এইজন ৰজাৰ শােৱনী কোঠাৰ কিছু আঁতৰত এখন উদ্যান আছিল। ৰজাই আজৰি সময়ত সেই উদ্যানৰ ফুল-ফলবােৰৰ ৰূপ-লাৱণ্য উপভােগ কৰি সময়বােৰ পাৰ কৰিছিল। এইজন ৰজা

Jun 04, 2021 · Admin · 885 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ভাৰুণ্ড নামৰ চৰাইৰ সাধু

দক্ষিণাত্যৰ ফালৰ এখন সৰােবৰত এজাক ভাৰুণ্ড চৰাই অতি সুখে সন্তোষে বাস কৰিছিল। আচৰিত কথাটো হ’ল এই ভাৰুণ্ড চৰাইবােৰৰ পেট এটা কিন্তু ঠোট যুক্ত মুখ দুখন। দুয়ােখন মুখে খােৱা খাদ্যবােৰ এটা পেটত জমা হয়। তাতে

Jun 04, 2021 · Admin · 262 views
📖
পঞ্চতন্ত্ৰৰ সাধু

কৃপণ শিয়ালৰ সাধু

বহুত ধন ঘটিবৰ মনেৰে এটা ব্যাধে এখন হাবিত প্রৱেশ কৰিলে। সি ভাবিলে, হাবিৰ মাজত জন্তু চিকাৰ কৰি সেই জন্তুৰ মঙহ বজাৰত বিক্ৰী কৰিব আৰু সহজে ধনী হ’ব। ইয়াকে ভাবি সি হাবিৰ মাজত ইফাল-সিফাল কৰি থাকোতে দেখিলে য

Jun 04, 2021 · Admin · 385 views
📖
পঞ্চতন্ত্ৰৰ সাধু

নিগনি আৰু হাতীৰ বন্ধুত্ব

মানুহে বসবাস কৰিবলৈ এৰি যােৱা এখন নৈপৰীয়া গাঁৱত অজস্ৰ নিগনিৰ গাত আছিল। সেই গাঁতবােৰত নিগনি বােৰে পৰম সুখ-সন্তোষেৰে ঘৰ-সংসাৰ ৰক্ষা কৰিছিল। সেইখন নদীতে পানী খাও বুলি ক'ৰবাৰ পৰা এজাক বনৰীয়া হাতী আহি ওল

Jun 04, 2021 · Admin · 755 views