Wednesday, October 7, 2026
📖
পঞ্চতন্ত্ৰৰ সাধু

ধিয়ক কাউৰী

এখন হাবিত থকা প্রকাণ্ড গছ এজোপাত এহাল কাউৰীয়ে বৰ সুখে-শান্তিৰে বাস কৰিছিল। সেই গছজোপাতে ক'ৰবাৰ পৰা এডাল ফেঁটী সাপ আহি বাস কৰিবলৈ ল’লে। সেইদিন ধৰি কাউৰীহালৰ সুখ নিদ্রা হৰণ হ'ল। বিষাক্ত ফেঁটীসাপটোই কাউ

Jun 04, 2021 · Admin · 714 views
📖
পঞ্চতন্ত্ৰৰ সাধু

এটা মূৰ্খ বান্দৰৰ কথা

কোনাে এখন নগৰত এজন ধনী সদাগৰ বাস কৰিছিল। উক্ত সদাগৰজনৰ বসতিস্থলৰ কিছু আঁতৰত এখন গছ-গছনিৰে পূর্ণ উদ্যান আছিল। সদাগৰ জনৰ মন যােৱাত তেওঁ উদ্যানৰ মাজত এটা মন্দিৰ নিৰ্মাণৰ কথা চিন্তা কৰি তাৰ দায়িত্ব একাংশ

Jun 04, 2021 · Admin · 240 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ৰজা অমৰশক্তি আৰু বিষ্ণু শৰ্মা

এসময়ত দাক্ষিণাত্যত মহিলাৰােপ্য নামৰ এখন নগৰ (ৰাজ্য) আছিল। সেই নগৰৰ ৰজাজনৰ নাম আছিল অমৰশক্তি। এইগৰাকী ৰজা সকলাে শাস্ত্রতে পাৰ্গত আৰু প্ৰজাৰঞ্জক পুৰুষ আছিল। ৰজা অমৰশক্তিৰ তিনিজন পুত্রসন্তান আছিল। সিহঁত

Jun 04, 2021 · Admin · 255 views
📖
পঞ্চতন্ত্ৰৰ সাধু

পৰিচয়

পঞ্চতন্ত্র সংস্কৃত সাহিত্যৰ সাধুকথাৰ ভঁৰাল হােৱাৰ লগতে এইবােৰ বিভিন্ন নীতি কথাৰ ভাণ্ডাৰ। সেই যুক্তিত এই সাধুকথাবােৰে আজিও পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষমতা অর্জন কৰি আছে। সাধুকথাবােৰৰ এটা অতি আকর

Jun 04, 2021 · Admin · 251 views
সাধু-32. উন্মাদিনী বত্ৰিশ পুতলাৰ সাধু

সাধু-32. উন্মাদিনী

বত্রিশতম দিনৰ দিনা পুনৰ যেতিয়া ৰজা সিংহাসন আৰহন কৰিম বুলি প্রথমটো খােজ পেলালে তেতিয়া লগে-লগে উন্মােদিনী নামৰ পুতলাটো জীৱন্ত হৈ উঠিল। এই গৰাকী আছিল সিংহাসনৰ শেষৰ গৰাকী পূতলা। এই পুতলাটোৱে ৰজাক ক'লে,

Jun 04, 2021 · Admin · 276 views
সাধু-31. কাম ৰসিকা বত্ৰিশ পুতলাৰ সাধু

সাধু-31. কাম ৰসিকা

আগৰ দৰে এই বাৰাে ৰজা ভােজ বিফল হ’ল। তেওঁ সিংহাসনত উঠিব বিচাৰি ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে পুতলা ৰূপী কামৰসিকাই এটা নতুন কাহিনী লৈ উপস্থিত হ’ল। পুতলাটোই কাহিনীত ক’লে — বিক্রমাদিত্য ৰজাৰ ৰাজত্ব কালত এ

Jun 04, 2021 · Admin · 160 views
সাধু-30. হংস গামিনী বত্ৰিশ পুতলাৰ সাধু

সাধু-30. হংস গামিনী

ৰজাভােজে তেওঁৰ প্রচেষ্টা অব্যহত ৰাখিছিল। এইবাৰাে তেওঁ সিংহাসনত উঠিবলৈ আহি ব্যর্থ হ’ল। প্রথমটো খােজ দিয়াৰ লগে-লগে হংস গামিনী নামৰ পুতলাটোৱে ৰজাক বাধা দি ক'লে, হে মহাৰাজ, সিংহাসনত বহাৰ পূর্বে এটা কাহিন

Jun 04, 2021 · Admin · 161 views
সাধু-29. চন্দ্ৰৰেখা বত্ৰিশ পুতলাৰ সাধু

সাধু-29. চন্দ্ৰৰেখা

২৯ তম সংখ্যক দিনৰ দিনা পুনৰ ৰজাভােজ সেই স্থানত উপস্থিত হৈ সিংহাসনত উঠিম বুলি এখােজ আগবঢ়াই দিলে। লগে-লগে চন্দ্ৰৰেখা নামৰ পুতলাটোৱে ৰজাক ক'লে, সিংহাসনত বহাৰ পূর্বে এটা কাহিনী শুনক। এই বুলি কৈ পুতলাটোই

Jun 04, 2021 · Admin · 124 views
সাধু-28. শশীকলা বত্ৰিশ পুতলাৰ সাধু

সাধু-28. শশীকলা

এইবাৰাে ৰজা একে বাধাৰ সন্মুখিন হ’ল। শশীকলা নামৰ অন্য এগৰাকী পুতলাই ৰাজ সিংহাসনৰ পৰা জীৱন্ত হৈ ৰজাক ক'লে, হে ৰাজন, সিংহাসনত বহাৰ আগতে অন্য এটা কাহিনী শুনক। এইবুলি কৈ পুতলাটোই এটা নতুন কাহিনী আৰম্ভ কৰিল

Jun 04, 2021 · Admin · 112 views
সাধু-27. সুখ সাগৰা বত্ৰিশ পুতলাৰ সাধু

সাধু-27. সুখ সাগৰা

সাতাইছ দিনৰ দিনাও ৰজা ভােজ ব্যর্থ হ’ল। প্রথমটো খােজ আগবঢ়াই দিয়াৰ লগে-লগে সুখসাগৰা নামৰ পুতলাটোৱে এটা নতুন কাহিনীলৈ ৰজাৰ আগত উপস্থিত হ'ল। ৰজাই শুনিবলৈ আগ্রহ প্রকাশ কৰাত পুতলাটোই ক'লে— ৰজা বিক্রমাদিত

Jun 04, 2021 · Admin · 124 views
সাধু-26. কামােন্মাদিনী বত্ৰিশ পুতলাৰ সাধু

সাধু-26. কামােন্মাদিনী

পিছৰ দিনাও ৰজা ভােজে সিংহাসন আৰােহন কৰিম বুলি আহি ব্যর্থ হ’ল। কাৰণ সিংহাসনত খােজ দিয়াৰ লগে-লগে কামােন্মাদিনী নামৰ পুতলাটোৱে জীৱিত হৈ ৰজাক বাধা দি অন্য এটা কাহিনী আৰম্ভ কৰিলে। এদিন ৰাজসভাত সকলােৰে উপ

Jun 04, 2021 · Admin · 150 views
সাধু-25. প্রিয় দর্শনা বত্ৰিশ পুতলাৰ সাধু

সাধু-25. প্রিয় দর্শনা

সম্পূর্ণ ২৫ দিনৰ দিনা পুনৰ ৰজা ভােজ সিংহাসনত বহাৰ আশাৰে আহি তাত উপস্থিত হয়। ৰজা ভােজে তেওঁৰ ভৰিখন দিব খােজোতে সিংহাসনৰ পৰা জীৱন্তৰূপত ওলাই আহে প্রিয় দর্শনা নামৰ পুতলা গৰাকী। পুতলা গৰাকীও ৰজাক কাহিনী

Jun 04, 2021 · Admin · 117 views