তাৱৈয়েকৰ সাধু
দুজন বৰ মৰমৰ সখি আছিল। এজন মৰিবৰ সময়ত তেওঁ পুতেকক সখিয়েকৰ হাতত গতাই দি ক’লে, ”সখি, মোৰ ল’ৰাটো তোমাক গাতালোঁ; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা।” পুতেককো সি ক’লে, ”মোৰ সখিৰ হাতত তোক গতালোঁ।
Explore our collection of Assamese stories, essays, and literary works
দুজন বৰ মৰমৰ সখি আছিল। এজন মৰিবৰ সময়ত তেওঁ পুতেকক সখিয়েকৰ হাতত গতাই দি ক’লে, ”সখি, মোৰ ল’ৰাটো তোমাক গাতালোঁ; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা।” পুতেককো সি ক’লে, ”মোৰ সখিৰ হাতত তোক গতালোঁ।
কুকুৰীকণা | burhi aair sadhu stories in assamese এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত, বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ
এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল| জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল| শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগ লৈ যোৱা নাছিল| কিন্তু সি অলপ ব
এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল’ৰা আছিল। ল’ৰাটোৱে এদিন পাণনি চুৰুকি থাকোঁতে হঠাত্ হাঁহ-কণী এটা পাই মাকক দিলেগৈ। মাকে কণীটো ধোঁৱাচাঙৰ ওৰতত তুলি থ’লে। কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ
এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল। তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিঁউৰ সেৰে চৰতীয়া আৰু
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰীয়েকে সৰুজনীক তাইৰ
এক গাৱঁত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি –চাপৰ দেখি তাইৰ নাম চুটি
এক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভাৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰ্কে
এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটা ল’ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা। তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী
এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক
এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে ততমত এৰিছিল। বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো
এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধঁৰোতে শিঙৰাই মাত লগালে, ”ককাই, মই শিঙৰাৰ ৰজা, তই মোক নে