Tuesday, August 25, 2026
📖
পঞ্চতন্ত্ৰৰ সাধু

তিনি ধূর্ত আৰু বামুণ

মিত্র শর্মা নামৰ এজন ব্রাহ্মণে পূজাৰ বাবে এটা নিখুঁত পঠা ছাগলীৰ প্রয়ােজন হােৱাত এঘৰ যজমানৰ কাষ চাপিল। যজমান ঘৰে ব্ৰাহ্মণৰ আৱশ্যক হােৱাত তেনেকুৱা নিখুঁত পঠা ছাগলী এটা হর্ষ মনেৰে দান কৰিলে। ছাগলীটো দৌৰ

Jun 04, 2021 · Admin · 365 views
📖
পঞ্চতন্ত্ৰৰ সাধু

সােণৰ মােহৰ দিয়া সাপ

কোনাে এখন গাঁৱত এজন ব্রাহ্মণ আছিল। উক্ত ব্রাহ্মণজনে পূজা-পাতল কৰাৰ লগতে সাধাৰণ খেতি-বাতিও কৰিছিল। এবাৰ তেওঁৰ খেতিখিনি বৰ ভাল নহ'ল। তেওঁৰ সকলাে কষ্ট বিফলে যােৱা বাবে মনত বৰ দুখ পালে। তথাপিও তেওঁ খেতি-ব

Jun 04, 2021 · Admin · 214 views
📖
পঞ্চতন্ত্ৰৰ সাধু

নিগনিৰ জীয়েকৰ বিয়া

বহুত বছৰ আগৰ ঘটনা। গংগা নদীৰ পাৰৰ আশ্ৰম এখনত এজন ঋষিয়ে তেওঁৰ গুণী-জ্ঞানী শিষ্য সমন্বিতে বাস কৰিছিল। ঋষিজনে নিতৌ গংগাত স্নান কৰিবলৈ যায়। এদিন এনেকৈ স্নান কৰিবলৈ যাওঁতে চিলনী এটাই ওপৰৰ পৰা এৰি দিয়া ন

Jun 04, 2021 · Admin · 268 views
📖
পঞ্চতন্ত্ৰৰ সাধু

সিংহ আৰু শিয়ালৰ সাধু

খৰনখৰ নামৰ এটা ভোকাতুৰ সিংহই খাদ্যৰ সন্ধানত গােটেইখন হাবি চলাথ কৰিও একো এবিধ চিকাৰ ধৰিব নােৱাৰি দুখে-বেজাৰে গুহাৰ ভিতৰত সােমাই থাকিল। কিছুসময়ৰ অন্তত সেই গুহাটোৰ সন্মুখত দধিমুখ নামৰ এটা শিয়াল উপস্থিত

Jun 04, 2021 · Admin · 588 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ৰাক্ষস আৰু চোৰৰ কাহিনী

এবাৰ এখন গাঁৱৰ এজন ব্রাহ্মণে ক'ৰবাৰ পৰা দান হিচাপে এহাল ধুনীয়া শকত-আৱত বলধ গৰু পালে। ব্রাহ্মণ-ব্রাহ্মণীয়ে বলধহালক দানা-পানী খুৱাই খুব কম দিনৰ ভিতৰত চকুত লগা কৰিলে। সেইখন গাঁৱতে এজন চোৰ আছিল। সি বহুদ

Jun 04, 2021 · Admin · 240 views
📖
পঞ্চতন্ত্ৰৰ সাধু

দুজন বন্ধুৰ কথা

কোনাে এখন নগৰত দুজন নলেগলে লগা বন্ধু বাস কৰিছিল। বন্ধু দুজনৰ নাম আছিল ধর্মবুদ্ধি আৰু পাপবুদ্ধি। সিহঁত আছিল চহৰখনৰ দুজন নামি দামি সাউদৰ পুতেক। দুয়াে বন্ধুই এদিন বেপাৰত যােৱা বিষয়লৈ আলচ কৰি আছিল। কথা

Jun 04, 2021 · Admin · 285 views
📖
পঞ্চতন্ত্ৰৰ সাধু

এটা বুধিয়ক ৰাজহাঁহ

এখন হাবিৰ এজোপা বটগছত এজাকমান বনৰীয়া ৰাজহাঁহে বাস কৰিছিল। এইদৰে বাস কৰি থকাৰ পিছত এদিন সিহঁতে লক্ষ্য কৰিলে যে এডাল প্রকাণ্ড লতা ক্ৰমাৎ গছজোপাৰ ওপৰলৈ বগাই আহিছে। বিষয়টো কোনাে এটা ৰাজহাঁহেও গুৰুত্ব নি

Jun 04, 2021 · Admin · 181 views
📖
পঞ্চতন্ত্ৰৰ সাধু

ৰাজহাঁহ আৰু কাছৰ সাধু

এটা হ্রদত কমুগ্ৰীৱ নামৰ কাছ এটাই বহুদিন ধৰি সুখে-শান্তিৰে বাস কৰি আছিল। উক্ত হ্রদতে ক'ৰবাৰ পৰা আহি ৰাজহাঁহ এহাল কাছটোৰ লগত লগ হ’ল। চাওতে চাওতে সিহঁত দুয়ােটাৰ লগত কাছৰ বন্ধুত্ব গঢ়ি উঠিছিল। এদিন নেদেখ

Jun 04, 2021 · Admin · 700 views
📖
পঞ্চতন্ত্ৰৰ সাধু

প্ৰৱঞ্চক শিয়ালৰ কাহিনী

নগৰৰ সমীপৰ এখন হাবিত চণ্ডৰব নামৰ এটা ধূর্ত শিয়াল বাস কৰিছিল। সন্ধিয়া হলেই সি নগৰত ত্ৰাসৰ সৃষ্টি কৰিছিল। লােকৰ ঘৰৰ হাঁহ-কুকুৰাবােৰ ভক্ষণ কৰি মহা আনন্দৰে বাস কৰিছিল। এদিন নিশাৰ ভাগত ওলাই গৈ সি . এজাক

Jun 04, 2021 · Admin · 554 views
📖
পঞ্চতন্ত্ৰৰ সাধু

সঁচা কৃতজ্ঞৰ পৰিচয়

এসময়ত এখন গাঁৱত যজ্ঞদত্ত নামৰ এজন বৰ দুখীয়া ব্রাহ্মণ বাস কৰিছিল। ব্রাহ্মণজনে বৰ কষ্টৰে পৰিয়ালটো পােহপাল দিছিল। এসাজ খাই দ্বিতীয় সাজ খােৱাৰ বাবে তেওঁ চিন্তা কৰিব লগা হৈছিল। বহুদিন ব্রাহ্মণে ব্রাহ্ম

Jun 04, 2021 · Admin · 180 views
📖
পঞ্চতন্ত্ৰৰ সাধু

বগলীৰ মৰণ

মাছ-কাছেৰে ভৰি থকা এখন বিলৰ পাৰত এটা ধূর্ত বগলী বহুদিন ধৰি বাস কৰিছিল। বিলটোৰ মাছ, কেকোঁৰা আদি খাই খাই সি অন্য ঠাইত যাবলৈ মন কৰা নাছিল। সময়ৰ লগে লগে বিলৰ পানী শুকাই যাবলৈ ধৰিছিল। আনহাতে বয়সৰ হেঁচাত

Jun 04, 2021 · Admin · 444 views
📖
পঞ্চতন্ত্ৰৰ সাধু

বুধিয়ক শহা আৰু সিংহৰ

এখন হাবিত মন্দমতি নামৰ এটা দুষ্ট প্রকৃতিৰ আৰু অতি নিষ্ঠুৰ সিংহ বাস কৰিছিল। উক্ত সিংহটোৰ ত্ৰাসত সেইখন হাবিত জীৱ-জন্তুবােৰৰ দুর্গতিৰ সীমা নােহােৱা হৈছিল। সি যাকে য’তে পায় মাৰি ফুৰিছিল। সিংহটোৰ কু-প্রভা

Jun 04, 2021 · Admin · 1746 views