THE ASSAMESE READING ROOM

The story library

A little curiosity. A new perspective. Find a story to spend some time with.

596 stories
596 stories Latest stories first

All stories

ৰাজহাঁহ আৰু কাউৰী

কাউৰী এটাই আহাৰ বিচাৰি বিচাৰি অতিপাত ভাগৰুৱা আৰু ভােকে পিয়াহে আতুৰ হৈ পৰিছিল। এটা সময়ত তাৰ অণ্ঠ-কণ্ঠ শুকাই গ...

1 min read

কুকুৰ আৰু ঘোঁৰা

এঘৰ মানুহৰ এটা বৰ মৰমৰ ঘোঁৰা আছিল। ঘোঁৰাটো আছিল শুকুলা বৰণৰ সকলোৰে চকুত লগা। গৃহস্থই ঘোঁৰাটোক নিজৰ পুত্ৰৰ দৰে...

1 min read

চিকাৰী কুকুৰ

এখন গাঁৱত এজন চিকাৰীয়ে বাস কৰিছিল। সেই চিকাৰীজনৰ আছিল এটা অতি পাকৈত আৰু সাহসী কুকুৰ। চিকাৰীজনে চিকাৰলৈ যাওঁতে...

1 min read

দুটা মূৰ্খ ছাগলী

এখন গাঁও, কাষত এখন পাহাৰ, মাজেৰে এখন সৰু নৈ বৈ গৈছে। নৈখনৰ ওপৰত এখন সৰু সাঁকো। জীৱ-জন্তু আৰু মানুহবােৰে সেই সা...

1 min read

দুটা জ্ঞানী ছাগলী

মূৰ্খ ছাগলী দুটাই যিখন সাঁকোৰ ওপৰত যুঁজ কৰি মৃত্যুবৰণ কৰিছিল, সেই একেখন সাঁকোৰ ওপৰতে অন্য এদিন দুটা ছাগলী একে...

1 min read

কাৰ বেছি বল

এদিন বেলি আৰু বতাহৰ মাজত নিজৰ শক্তি আৰু সামর্থক লৈ এখন তর্ক যুদ্ধ লাগিছিল। বতাহে কয় যে তেওঁৰহে বল বেছি, তেওঁত...

2 min read

লােভৰ পৰিণাম

এখন গাঁৱত এজন মৌৰ বেপাৰী আছিল। সি বিভিন্ন বজাৰবােৰত খাটি মৌ বিক্ৰী কৰি ধন উপার্জন কৰিছিল। মৌৰ বাচনবােৰ অনা-নিয...

1 min read

মেকুৰীৰ ডিঙিত টিলিঙা

মেকুৰী এন্দুৰৰ পুৰণা শত্রু। এন্দুৰৰ শত্ৰু বহুত যদিও এন্দুৰে প্ৰধানকৈ মেকুৰীকে ভয় কৰে। এই ঘটনাটো সকলােৰে চিৰপৰ...

2 min read

মূৰ্খ গাধ

গাধই বােজা কঢ়িয়ায়। তেনেকুৱা গাধ এটাই এবাৰ নিমখৰ বােজা লৈ নদী এখন পাৰ হ’বলগীয়া হৈছিল। নিমখৰ বােজা লৈ নদী পা...

1 min read

টেঙা আঙুৰ

জেঠমহীয়া টিকাফটা ৰ'দৰ এটি দুপৰীয়া। ইমান গৰম যে পৃথিৱীখন পুৰি যাওঁ যেন অৱস্থা। সমষ্ট জীৱ-জন্তু, পশু-পক্ষী হয়...

2 min read