Monday, June 29, 2026
📖

শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ

অশ্বমেধ যজ্ঞৰ পাছত শ্ৰীকৃষ্ণই পাণ্ডৱৰ পৰা বিদায় লৈ দ্বাৰকালৈ প্রস্থান কৰিলে। দ্বাৰকাত যাদৱকুলৰ অৱস্থা দেখি শ্রীকৃষ্ণ অতি মর্মাহত হয়। শ্রীকৃষ্ণৰ পাে-নাতি, বংশ পৰিয়াল সকলাে উদণ্ড হৈ দ্বাৰকাত অনেক অকা

Jun 04, 2021 · Admin · 613 views
📖

জন্মেজয় ৰজাৰ প্রতিশােধ

ধৰ্মৰাজ যুধিষ্ঠিৰৰ পাছত বিখ্যাত হস্তিনাপুৰৰ সিংহাসনত বহা নৃপতিজনৰ নাম হ'ল পৰীক্ষিত। মহাৰাজ পৰীক্ষিত আছিল অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। ৰজা পৰীক্ষিত শমীক মুনিৰ পুত্র শৃঙ্গীৰ দ্বাৰা শাপগ্রস্ত হৈছিল। সেই অ

Jun 04, 2021 · Admin · 383 views
📖

সতী মাহাত্ম্য

এসময়ত আমাৰ দেশ ভাৰতবৰ্ষত অশ্বপতি নামৰ এজন মহাবলৱান আৰু ন্যায় পৰাণ ৰজা আছিল। ৰজা অশ্বপতিয়ে সাবিত্রী দেৱীৰ তপস্যা কৰি এগৰাকী কন্যা সন্তান লাভ কৰিছিল। উক্ত কাৰণতে ৰজাই জীয়েকৰ নাম ৰাখিছিল সাবিত্রী। যৌ

Jun 04, 2021 · Admin · 191 views
📖

অসাধ্য সাধন

মহাভাৰতৰ যুগৰ ঘটনা। ভৰদ্বাজ মুনিৰ এগৰাকী কন্যা আছিল। তেওঁৰ মনত এটি অভিলাষ আছিল যে তেওঁ এদিন দেৱৰাজ ইন্দ্ৰৰ পত্নী হ’ব। সেয়েহে তেওঁ দেৱৰাজ ইন্দ্রক স্বামী হিচাপে পােৱাৰ কামনাৰে বহু বছৰ কঠোৰ তপস্যা কৰিলে

Jun 04, 2021 · Admin · 176 views
📖

অন্ধ ধৃতৰাষ্ট্র

বেদব্যাসৰ বৰত শতহস্তীৰ বল লাভ কৰা ধৃতৰাষ্ট্ৰ আছিল অম্বিকাৰ পুত্র। জন্ম সূত্রে তেওঁৰ পিতৃৰ নাম ব্যাস। জন্মান্ধ হােৱা কাৰণে তেওঁ ডাঙৰ হৈও হস্তিনাপুৰৰ সিংহাসনত বহিবলৈ সক্ষম হােৱা নাছিল, তেওঁতকৈ সৰু পাণ্ড

Jun 04, 2021 · Admin · 218 views
📖

দাতা কর্ণ

সূর্য দেৱতাৰ ঔৰসত কুন্তীৰ গৰ্ভত স্থিতি লাভ কৰা আৰু পিছত কবচ-কুণ্ডলধাৰী পুত্ৰৰূপে জন্ম লাভ কৰা জগতৰ শ্ৰেষ্ঠবীৰজনেই হ’ল কর্ণ। তেওঁৰ আচল নাম বসুসেন। পিছত নিজৰ অংগ কাটি দেৱৰাজ ইন্দ্রক কৱচ-কুণ্ডল দান কৰা ব

Jun 04, 2021 · Admin · 595 views
📖

শকুনিৰ প্রতিশােধ

মহাভাৰতৰ এটা জটিল অথচ দুষ্ট চৰিত্ৰৰ নাম হ'ল শকুনি। তেওঁ আছিল গান্ধাৰ ৰাজ সুবলৰ পুত্ৰ আৰু গান্ধাৰীৰ ভায়েক। সেইফালৰ পৰা তেওঁ কৌৰৱসকলৰ মােমায়েক। ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ দুর্যোধনকে আদি কৰি এশজন পুতেক আ

Jun 04, 2021 · Admin · 904 views
📖

অর্জুনৰ লক্ষ্য ভেদ

অতীতত ভাৰতবৰ্ষত শিক্ষা প্রদান আৰু গ্ৰহণৰ ব্যৱস্থা আজিৰ দৰে নাছিল। তেতিয়াৰ দিনত ইচ্ছুক শিষ্যসকলে গুৰুগৃহত থাকি অতি কঠোৰ অনুশাসন আৰু পৰিবেশৰ মাজত শিক্ষাগ্রহণ কৰিব লাগিছিল। আজিৰ ছাত্র ছাত্রী সকলে যিবােৰ

Jun 04, 2021 · Admin · 162 views
📖

গুৰুভক্তি

হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত গুৰু-শিষ্যৰ সম্পৰ্ক আৰু গুৰু ভক্তিৰ অনেক কাহিনী আছে। সেই কাহিনীবােৰে আজিও আমাক আমাৰ দায়িত্ব সম্পর্কে। জ্ঞান দিয়ে। তাৰ পৰা আমি ভয়-ভক্তিৰ গুৰুত্ব সম্পর্কে জ্ঞান লাভ কৰিব পাৰ

Jun 04, 2021 · Admin · 350 views
📖

পাণ্ডৱৰ স্বর্গ যাত্রা

বিখ্যাত কুৰুক্ষেত্র মহাযুদ্ধ ওঠৰ দিন চলিছিল। এই যুদ্ধ চলিছিল পাণ্ডৱ আৰু কৌৰৱৰ মাজত। শেষত পাণ্ডৱ পক্ষৰ হাতত কৌৰৱপক্ষ পৰাস্ত হয়। এই যুদ্ধত কৌৰৱ কুলৰ বিনাশ হয়। দ্বিতীয় পাণ্ডৱ ভীমে দুর্যোধনাদি এশ কৌৰৱক

Jun 04, 2021 · Admin · 302 views
📖

কৃতঘ্ন

প্রাচীন ভাৰতবৰ্ষৰ অন্তৰ্গত ‘হৈহয়’ নামৰ এখন ৰাজ্যত কৃতবীৰ্য্য নামৰ এজন প্রসিদ্ধ ৰজাই ৰাজত্ব কৰিছিল। কার্তবীৰ্য্য আছিল তেওঁৰ পুত্ৰ। ৰজা কৃতবীৰ্য্যৰ অৱসৰৰ পিছত কার্তবীৰ্য্যই হৈহয় ৰাজ্যৰ ৰাজকাৰ্যৰ দায়ি

Jun 04, 2021 · Admin · 97 views
📖

হিড়িম্ব ৰাক্ষকৰ বধ

কৌৰবৰ কু-অভিসন্ধি আৰু জতুগৃহৰ পৰা প্ৰাণ ৰক্ষা কৰি মাতৃ কুন্তীদেৱীৰ সৈতে পঞ্চ পাণ্ডৱে হাবিয়ে বননিয়ে ঘূৰি-ফুৰিবলৈ ধৰিলে। বহুদূৰ যােৱাৰ পাছত তেওঁলোক ভাগৰুৱা হ'ল আৰু এজোপা গছৰ তলত জিৰণি ল'লে। তেনেদৰে জি

Jun 04, 2021 · Admin · 150 views